• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি হৈছে চৰকাৰখনৰ? এইবাৰ ভাঙিব গুৱাহাটী জিলা পুথিভঁৰাল, নিৰ্মাণ হ’ব ১০ মহলীয়া অট্টালিকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2023 1:53 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধাৰ ঋণত পোত গৈ থাকিলেও ভঙা-পতাৰ বাবে বিশেষভাৱে পৰিচিত হৈ পৰিছে বৰ্তমান অসমৰ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন। ঐতিহ্যৰ প্ৰতি সমূলি সন্মান প্ৰদৰ্শনৰ আগ্ৰহ নথকা এইখন চৰকাৰে কেবল বিতৰ্কৰ মাজেৰে কৰি গৈছে এটা এটাকৈ ভঙা-পতাৰ কাম।

চৰকাৰৰ ৰাজকোষৰ ধনৰ শৰাধ কৰি কামৰূপ (মেট্ৰ) জিলা উপায়ুক্তৰ কাৰ্যালয় ভৱন ভঙা, গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বাবে তৎপৰ হোৱাৰ পিছত এইবাৰ মহানগৰীৰ ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীৰ পাৰত থকা জিলা পুথিভঁৰালটো এইবাৰ ভাঙিবলৈ আগবাঢ়িছে চৰকাৰখনে।

লগতে পঢ়ক: কোন বা জিকে! টুইটাৰ আৰু মেটাৰ মাজত ‘থ্ৰেডছ’ক লৈ যুঁজ; আইনী ব্যৱস্থাৰ হুংকাৰ ইলন মাস্কৰ 

Apply Now

অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰি অনুসৰি জিলা পুথিভঁৰালটো ভাঙি তাত এটা দহমহলীয়া অট্টালিকা নিৰ্মাণ কৰিব। ইয়াৰ বাবে প্ৰাথমিকভাৱে প্ৰায় ৬০ লাখ টকা ধাৰ্যও কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, প্ৰায় আঠ কোটি টকা ব্যয় সাপেক্ষে জিলা পুথিভঁৰালৰ ভৱনটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ সময়তে ইয়াক ভাঙি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ পৰা জিলা পুথিভঁৰালটোৰ সঞ্চালকগৰাকীক পত্ৰযোগে চৰকাৰী সিদ্ধান্তৰ কথা অৱগত কৰা হৈছে আৰু সম্পূৰ্ণ প্ৰকল্প প্ৰতিবেদন যুগুতৰ ক্ষেত্ৰত সহযোগিতা বিচৰা হৈছে।

পৰিতাপৰ কথা যে ৰাজ্য চৰকাৰৰ চৰম হেমাহিৰ বাবে ৰাজ্যখনৰ গ্ৰাম্য তথা জিলা পুথিভঁৰালসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। ৰাজ্যখনৰ মুঠ ২০৪ টা গ্ৰাম্য পুথিভঁৰালৰ আঠোটা ইতিমধ্যে বন্ধ হৈ গৈছে।

লগতে পঢ়ক: ‘শ্বাহৰুখ মুঠেই আকৰ্ষণীয় নহয়, অভিনয়ো নাজানে’; কিং খানক লৈ মন্তব্য অভিনেত্ৰীৰ, তাৰপিছত…

ইপিনে, বাতৰি অনুসৰি প্ৰস্তাৱিত ৬০ কোটি টকা ব্যয় সাপেক্ষ অট্টালিকাটোৰ নিৰ্মাণৰ কাম এজন বহিৰাগত ঠিকাদাৰক দিয়াৰো প্ৰস্তুতি চলিছে।

বৰ্তমান ৰাজ্য চৰকাৰখনে এনেদৰে ভঙা পতাৰ নামত ৰাজকোষৰ ধন অপচয় কৰাৰ বিষয়টোৱে সচেতন লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd