• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বজাৰলৈ ৰয়েল এনফিল্ডৰ শক্তিশালী বাইক, টক্কৰ দিব হাৰ্লি-ডেভিডছনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 9:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাইক প্ৰেমীৰ তালিকাত প্ৰথম শাৰীত আছে ৰয়েল এনফিল্ড বাইক। দিন পাৰ হৈ যোৱাৰ লগে লগে এই কোম্পানীটোৰ বুলেট ক্ৰেজ বাঢ়িছে। বিশেষকৈ যুৱক-যুৱতীসকলৰ প্ৰিয় বাইকসমূহৰ ভিতৰত বুলেট অন্যতম। 

এইবাৰ ৰয়েল এনফিল্ডে এটা ডাঙৰ চমক লৈ আহিছে। তথ্য অনুসৰি ৰয়েল এনফিল্ডে ৩৫০চিচি আৰু ৪৫০চিচি ৰেঞ্জৰ ৩খন নতুন বাইক মুকলি কৰিবলৈ ওলাইছে। 

Apply Now

খবৰ অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নতুন ৰয়েল এনফিল্ড বুলেট ৩৫০ মুকলি হ’ব পাৰে। কেৱল সেয়াই নহয়, এই তালিকাত আৰু আচৰিত কথাও আছে। এই কাৰণেই বাইক প্ৰেমীসকলৰ মাজত ক্ৰমান্বয়ে আগ্ৰহ বাঢ়িছে।

খবৰ অনুসৰি অহা মাহত বাইক নিৰ্মাতা কোম্পানীটোৱে নতুন হিমালয়ান (কে ১ জি) মুকলি কৰিবলৈ সাজু হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই কোম্পানীটোৱে। 

ৰয়েল এনফিল্ডেও নিজৰ ইলেক্ট্ৰিক এল-প্লেটফৰ্ম আৰু আৰ-প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি ৭৫০চিচি বাইক নিৰ্মাণৰ কাম কৰি আছে। কেৱল সেয়াই নহয়, ২০২৫ চনৰ ভিতৰত কোম্পানীটোৱে এই বাইকখন সাজু কৰাৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ হাৰ্লি-ডেভিডছন এক্স ৪৪০ আৰু ট্ৰাইমফ স্পীড ৪০০ মুকলি কৰাৰ পিছত মিডলৱেট বাইক ছেগমেণ্টত প্ৰতিযোগিতা বৃদ্ধি পাইছে। মন কৰিব যে হাৰ্লি-ডেভিডছন এক্স৪৪০ৰ লঞ্চ হিৰো আৰু হাৰ্লিৰ অংশীদাৰিত্বৰ জৰিয়তে কৰা হৈছে।

ইফালে বাজাজ অটো আৰু ট্ৰাইমফে একত্ৰিত হৈ প্ৰথমটো প্ৰডাক্ট মুকলি কৰে। দুয়োটা ক্ষেত্ৰতে ৰয়েল এনফিল্ডে প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে। 

উল্লেখ্য যে ৰয়েল এনফিল্ডৰ বুলেট ৩৫০, ক্লাছিক ৩৪০, হাণ্টাৰ ৩৫০, মিটিয়ৰ ৩৫০ আৰু হিমালয়ান ৪০০ আদি বাইক অতি জনপ্ৰিয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd