• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন

বলীউদৰ অবিবাহিত অভিনেত্ৰী ইলিয়ানা গৰ্ভৱতী! তেওঁৰ গৰ্ভস্থ সন্তানৰ পিতৃ কোন?  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2023 4:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১২ মে’ত বলীউদৰ অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে সামাজিক মাধ্যমৰ এটা চাইটত নিজৰ তিনিখন ফ’টো শ্বেয়াৰ কৰিছিল। ফ’টোকেইখন শ্বেয়াৰ কৰাৰ পাছতে সামাজিক মাধ্যম তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। কাৰণ সেই ফ’টো তিনিখন শ্বেয়াৰ কৰি তেওঁ নিজৰ মাতৃত্বৰ কথা ঘোষণা কৰিছিল।

নিজৰ গৰ্ভাৱস্থাৰ ফ’টো শ্বেয়াৰ কৰি সামাজিক মাধ্যম তীব্ৰ ট্ৰল সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। বিবাহ নোহোৱাকৈ অভিনেত্ৰীগৰাকী গৰ্ভৱতী হোৱাৰ বাবেই সমালোচনাৰ সন্মুখীন হৈছে। ইমানেই নহয় ছ’চিয়েল মিডিয়াত নেটিজেনে তেওঁক লৈ বিভিন্ন ধৰণৰ অশ্লীল মন্তব্যও কৰিছিল।

ইলিয়ানাই মাতৃ হোৱাৰ খবৰটো পোষ্ট কৰিলে। কিন্তু সমগ্ৰ ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন হৈছে। ইলিয়ানাৰ বিয়া হোৱা নাই। গতিকে তেওঁৰ সন্তানৰ পিতৃ কোন? ইতিমধ্যে নেটিজেনে ইলিয়ানাক বিভিন্ন ধৰণে ঠাট্টা-মস্কৰা কৰিবলৈ আৰম্ভ কৰিছে। ভৱিষ্যত সন্তানৰ পিতৃৰ পৰিচয়ক লৈ বিভিন্ন ধৰণৰ কথা-বতৰা চলিছে। বহুতে সুধিছে গোপনে বিয়া পাতিলে নেকি?

Apply Now

কিন্তু ইলিয়ানাই এই সকলোবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।

বৰঞ্চ ইলিয়ানাই নিয়মিতভাৱে ছ’চিয়েল মিডিয়াত ছবি পোষ্ট কৰি গৰ্ভাৱস্থাৰ উপভোগহে কৰিছে। এই ট্ৰল আৰু সমালোচনাৰ মুখনি মাৰিবলৈ এতিয়া ইলিয়ানাই তেওঁৰ জীৱনৰ ৰহস্যময় মানুহজনক সন্মুখলৈ আনিছে। কিন্তু, ইয়াৰ পাছতো শেষ হোৱা নাই ৰহস্যৰ। কাৰণ তেওঁ নিজৰ গৰ্ভস্থ সন্তানৰ পিতৃক অনুৰাগীৰ আগলৈ লৈ আনিলেও তেওঁক পৰিচয় কৰাই দিয়াৰ পৰা বিতৰত থাকিল অভিনেত্ৰীগৰাকী। ফ’টোখন ৰাজহুৱা কৰাৰ পিছতো অভিনেত্ৰীগৰাকীয়ে ব্যক্তিজনৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।

উল্লেখেয যে, অষ্ট্ৰেলিয়াৰ ফটোগ্ৰাফাৰ এণ্ড্ৰু নিব’নৰ সৈতে ইলিয়ানাৰ সম্পৰ্ক আছিল। কেইবাবাৰো তেওঁৰ সৈতে কেমেৰাৰ সন্মুখত পোজ দিছিল ইলিয়ানাই। ২০১৯ চনত দুয়োৰে বিচ্ছেদৰ খবৰ পোহৰলৈ আহিছিল। অৱশ্যে এই বিষয়ে এণ্ড্ৰুৱে কোনো মন্তব্য দিব বিচৰা নাছিল, তথাপিও ইলিয়ানাই বিচ্ছেদৰ খবৰটো মানি লৈছিল।

তাৰ পিছত খবৰ আহিল যে ইলিয়ানাই কেটৰিনা কাইফৰ ভাতৃ চেবাষ্টিয়ান লৰেণ্ট মিচেলৰ সৈতে ডেটিং কৰি আছে। অৱশ্যে সেই প্ৰেমক লৈ ইলিয়ানাই কোনোদিন মুখ খোলা নাছিল।

এতিয়া প্ৰশ্ন হয়, এই শিশুটি কেটৰিনাৰ ভাতৃ চেবাষ্টিয়ানৰ নেকি? কিন্তু ফ’টোখনত দেখা মানুহজন যে কেটৰিনা কাইফৰ ভাতৃ যে নহয় সেয়া স্পষ্ট। তেন্তে প্ৰশ্ন হ’ল, ইলিয়ানাৰ গৰ্ভস্থ সন্তানৰ পিতৃ কোন? ইলিয়ানাই ৰাজহুৱা নকৰালৈ ই ৰহস্যময় হৈয়ে থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd