• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইছৰোৱে দিছে খবৰ! সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান-৩

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2023 3:13 pm
ফটো সৌজন্য: ইছৰো।

ফটো সৌজন্য: ইছৰো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন প্ৰযুক্তিৰ ডেউকাত ভাৰতীয়ৰ সপোন উৰুৱাই চন্দ্ৰৰ পথত আগবাঢ়িছে চন্দ্ৰযান-৩। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ যানখনে মাধ্যাকৰ্ষণ নিয়ম মানি পৃথিৱীক প্ৰদক্ষিণেৰে  শক্তি সঞ্চয় কৰি চন্দ্ৰত অৱতৰণ কৰাৰ কথা। চন্দ্ৰযানৰ অৱস্থানকলৈ সকলোৱে আগ্ৰহী হৈ ৰৈছে।

এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহস্পতিবাৰে জনায় যে মঙলবাৰে তৃতীয় কক্ষপথ পৰিবৰ্তন প্ৰক্ৰিয়া সফলতাৰে সমাপ্ত কৰি চন্দ্ৰযান-৩ য়ে চতুৰ্থ কক্ষপথ অতিক্ৰম কৰিছে।

পৃথিৱীৰ মাধ্যাকৰ্ষণীয় টান অতিক্ৰম কৰি চন্দ্ৰৰ পথলৈ যাবলৈ চন্দ্ৰযানে বহু শক্তি সঞ্চয় কৰিবলগীয়া হব। সেই কাম ই বৃত্তাকাৰ গতিৰ জৰিয়তে কৰি আছে। পাঁচবাৰকৈ কক্ষপথ সলনি কৰি পৃথিৱীৰ টান কাটি মাধ্যাকৰ্ষণ শক্তিৰ বাহিৰ ওলাই আহিব পাৰিব চন্দ্ৰযান।

Apply Now

ইছৰোৱে জনোৱা মতে, ২৫ জুলাইত দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত ইছৰোৰ মহাকাশযানখনে পঞ্চমবাৰৰ বাবে কক্ষপথ সলনি কৰিব। তাৰ পিছতে ই চন্দ্ৰৰ পিনে গতি কৰিব।

প্ৰতিটো ঢাপত যিদৰে ই কক্ষপথ সলনি কৰিছে, সেইদৰে ইয়াৰ গতিও বৃদ্ধি পাইছে।  উৎক্ষেপণৰ পিছৰে পৰা সুকলমে আগবাঢ়ি আছে চন্দ্ৰযান-৩। অৱশ্যে ইছৰোৰ বিজ্ঞানীসকলে বাহনখনৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। পৰিকল্পনা অনুসৰি কাম আগবাঢ়িছে।

Chandrayaan-3 Mission:
🇮🇳 India celebrates #InternationalMoonDay 2023 by propelling Chandrayaan-3 🛰️ a step closer to the Moon 🌖

The fourth orbit-raising maneuver (Earth-bound perigee firing) is performed successfully from ISTRAC/ISRO, Bengaluru.

The next firing is planned for… pic.twitter.com/XeuD5c06v1

— ISRO (@isro) July 20, 2023

উল্লেখ্য যে সমগ্ৰ ভাৰতৰ আশা কঢ়িয়াই অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ভাৰতৰ চন্দ্ৰযান-৩য়ে যাত্ৰা আৰম্ভ কৰিছে। যদি এই অভিযান সফল হয় তেন্তে ৰাছিয়া, আমেৰিকা আৰু চীনৰ পাছত চন্দ্ৰত নিয়ন্ত্ৰিত অৱতৰণ সাধন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত।

এখন মাৰ্ক ৩ হেভি লিফ্ট লঞ্চ বাহনত আছে চন্দ্ৰৰ লেণ্ডাৰ বিক্ৰম। ইয়াৰ কোৱা হয় বাহুবলী ৰকেট। এই মহাকাশযানখন পৃথিৱীৰ পৰা চন্দ্ৰলৈ যাবলৈ প্ৰায় এমাহ সময় লাগিব বুলি অনুমান কৰা হৈছে। ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে চন্দ্ৰযান-৩। অৱতৰণৰ পিছত ই এটা চন্দ্ৰ-দিন কাম কৰিব, যিটো পৃথিৱীৰ হিচাপত প্ৰায় ১৪ দিন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd