• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্ম তাৰিখ ৩০ ফেব্ৰুৱাৰী! বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে কেৰিয়াৰ শেষ হ’বলৈ ওলাইছে ছাত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2023 4:20 pm
18.3k
VIEWS
Share on FacebookShare on Twitter

আপুনি কেতিয়াবা শুনিছেনে যে কাৰোবাৰ জন্ম তাৰিখ ৩০ ফেব্ৰুৱাৰী? অথবা কেলেণ্ডাৰত দেখিছেনে ৩০ ফেব্ৰুৱাৰী তাৰিখটো?

শুনিবলৈ আচহুৱা হ’লেও, কিন্তু বিহাৰৰ এখন চৰকাৰী বিদ্যালয়ে সংঘটিত কৰিছে এনে এক অদ্ভুত ঘটনা। জামুইৰ এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। ইয়াত এজন ছাত্ৰই বদলিৰ প্ৰমাণ পত্ৰৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰে।  

ছাত্ৰ জনৰ বদলিৰ প্ৰমাণ পত্ৰত ছাত্ৰজনৰ জন্ম তাৰিখটো কৰ্তৃপক্ষই ৩০ ফেব্ৰুৱাৰী ২০০৯ বুলি লিখিছে। বিষয়টো পোহৰলৈ অহাৰ লগে লগে পুনৰ প্ৰশ্নৰ আওতালৈ আহিল শিক্ষা বিভাগ। 

কেৱল সেয়াই নহয়, বিদ্যালয় কৰ্তৃপক্ষৰ এই ভুলে সেই ছাত্ৰজনৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, বদলিৰ প্ৰমাণ পত্ৰখনত থকা ভুল জন্ম তাৰিখৰ বাবেই ছাত্ৰজনে আন কোনো ঠাইত নামভৰ্তি কৰিব পৰা নাই।

ছাত্ৰজনৰ নাম অমন কুমাৰ। অষ্টম মান পাছ কৰি বিদ্যালয় এৰি যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁ। সেইবাবেই তেওঁ বিদ্যালয়ত বদলিৰ পত্ৰ আবেদন কৰিছিল। 

প্ৰমাণ পত্ৰখনত ‘৩০ ফেব্ৰুৱাৰী, ২০০৯’ তাৰিখ দেখি বিচলিত হৈ পৰিছে অমন কুমাৰৰ পৰিয়াল। ছাত্ৰ অমনৰ পিতৃ ৰাজেশ যাদৱে কয় যে নৱম শ্ৰেণীত নামভৰ্তিৰ অন্তিম তাৰিখ আছিল ১৪ জুলাই। শিশুৰ জন্ম তাৰিখৰ অমিলৰ বাবে এইবাৰ নৱম শ্ৰেণীত নামভৰ্তি লাভ কৰিব নোৱাৰিলে অমনে। 

এই সন্দৰ্ভত ৰাজেশ যাদৱে লগতে কয় যে মই যেতিয়া মোৰ ল’ৰাক ভৰ্তি কৰিবলৈ স্থানীয় হাইস্কুল এখনত গৈছিলো তেতিয়া প্ৰধান শিক্ষকে তেওঁক ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰিছিল। বদলিৰ প্ৰমাণ পত্ৰত শিশুটিৰ জন্ম তাৰিখ ৩০ ফেব্ৰুৱাৰীৰ উল্লেখ থকা বুলি তেওঁ অস্বীকাৰ কৰে। তেওঁ মোক প্ৰমাণ পত্ৰখন সংশোধন কৰিবলৈ ক’লে। তেতিয়াৰ পৰাই স্কুলখনলৈ গৈছোঁ যদিও কোনো ফল নাপালোঁ।

মন কৰিবলগীয়া যে সমগ্ৰ ঘটনাত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে জিলা শিক্ষা বিষয়া কপিল দেৱ তিৱাৰীয়ে। বিষয়টো বিবেচনা কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পৰা স্পষ্টীকৰণ বিচৰা হৈছে বুলিও তেওঁ কয়। 

Recent News

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

পত্নীৰ বিৰুদ্ধে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ অভিযোগ

পত্নীৰ বিৰুদ্ধে প্ৰেমিকৰ সহায়ত স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে মৃতদেহ পুতি থোৱাৰ অভিযোগ

ৰাজনৈতিক যুঁজ হওক নিৰ্বাচনত, ইডিক কিয় ব্যৱহাৰ কৰা হৈছে? তুলাধুনা উচ্চতম ন্যায়ালয়ৰ

ৰাজনৈতিক যুঁজ হওক নিৰ্বাচনত, ইডিক কিয় ব্যৱহাৰ কৰা হৈছে? তুলাধুনা উচ্চতম ন্যায়ালয়ৰ

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নতুন পথ নিৰ্মাণ

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নতুন পথ নিৰ্মাণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd