• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণালী সুতাৰ গাঁও : মাজুলীৰ মহিলাই আনিলে অৰ্থনৈতিক পৰিৱৰ্তন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 6, 2018 2:15 pm
c80e9181-b378-4a8b-9905-758ffdbf15aa
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবেলা দুসাজৰ বাবে চিন্তা কৰিব লগা হৈছিল গাঁওবাসীয়ে। বানে জুৰুলা কৰা, ব্ৰহ্মপুত্ৰৰ খহনীয়াই খেদি ফুৰা গাঁওবাসীৰ বাবে জীয়াই থকাটোৱেই একপ্ৰকাৰ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল। বান-খহনীয়াৰ দুৰ্যোগৰ মাজতে  খৰালিৰ সময়ছোৱাত সৰিয়হৰ খেতি কৰি দুপইচা উপাৰ্জন কৰিছিল গাঁওবাসীয়ে। তাৰেই পৰিয়াল পোহ পাল দি কোনোমতে জীৱনটো পাৰ কৰিছিল দৰিদ্ৰ গাঁওবাসীয়ে।

এনেতে গাঁওবাসীৰ জীৱনলৈ আশাৰ সপোন কঢ়িয়াই আনিলে অনিতা দলে পেগু নামৰ এগৰাকী মহিলাই । কঠোৰ শ্ৰম কৰিব পৰা  গাঁও খনৰ মহিলা সকলৰ শ্ৰমশক্তিকে সাৰথি কৰি লৈ গাঁওখনত আৰম্ভ কৰিলে এক নতুন বিপ্লৱ। মহিলা সকলক লৈ প্ৰথমে অনিতা দলে পেগুৱে মুগা পালনৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে।

Apply Now

পূৰ্বতে গাঁৱৰ কোনো কোনো লোকে মুগা পালন কৰিছিল যদিও সেয়া আছিল তেনেই সীমিত পৰিসৰৰ। প্ৰতিটো পৰিয়ালৰ ঘৰৰ পিছফালে বিশাল কৃষি পথাৰ সমুহত ৰোপন কৰা হ’ল চোম গছ। অধিক মুগা পালন কৰা, মুগা সুতাৰ পৰা  ঘৰৰ তাঁতশালতে ন ন বস্ত্ৰ তৈয়াৰ কৰি তাক বজাৰমুখী কৰা আদি কামত নিয়োজিত হৈ পৰিল মহিলা শক্তি।

মুগা

এই খনেই হৈছে মাজুলীৰ একমাত্ৰ আহোম গাঁও ‘চাওৰেকিয়া’। সোণালী সুতাৰ গাঁও হিচাপে এতিয়া পৰিচিত হৈ পৰিছে মাজুলীৰ এই চাওৰেকিয়া গাঁও। ৯৫ টা পৰিয়ালেৰে মাজুলীৰ একমাত্ৰ আহোম গাঁৱখনৰ প্ৰতিটো পৰিয়ালে ঘৰৰ পিছফালে গঢ়ি তুলিছে বিশাল চোমনি ।

মুগা পালন, তাঁত শালত ন ন বস্ত্ৰ তৈয়াৰ কৰাৰ লগতে অসমৰ বিভিন্ন বজাৰত উৎপাদিত বস্ত্ৰ মুকলি কৰি মহিলা সকলে গাঁওখনৰ অৰ্থনৈতিক মানচিত্ৰই সলনি কৰি দিবলৈ সক্ষম হৈছে।

বৰ্তমান গাঁওখনৰ প্ৰতি গৰাকী মহিলা মুগা পালকে মাহে দহ হাজাৰৰ পৰা এক লাখ চল্লিশ হাজাৰলৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মাজুলীৰ সোণালী সূতাৰ গাঁও চাওৰেকীয়াৰ চোমনিত এতিয়া সোণৰ দৰে অমূল্য ৰতন হৈ উজ্বলি উঠিছে প্ৰতিগৰাকী মহিলাৰ কৰ্মময় জীৱন। অনিতা দলে, অনুপমা গগৈৰ দৰে মহিলা সকলে গাঁওখনত বৈপ্লৱিক পাৰিবৰ্তন সাধিবলৈ সক্ষম হৈছে ।

চৰকাৰৰ আঁচনিয়ে ঢুকি পালে, চৰকাৰ তথা মাজুলী জিলা প্ৰশাসনে কিছু সহায়ৰ হাত আগবঢ়ালে এইসকল মহিলাই মাজুলীৰ অৰ্থনৈতিক কাঠামোটোকে সলনি কৰি দিব পাৰে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd