• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিগৰাকী কৃতি ছাত্ৰলৈ স্বৰ্গীয় ৰবীন হাতীবৰুৱা সোঁৱৰণী জলপানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 5:50 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে লখিমপুৰ জিলাৰ শিমলুগুৰিস্থিত অন্যতম কলা-বিজ্ঞান শাখাৰ শিক্ষানুষ্ঠান অভিজ্ঞান একাডেমিৰ ২০২৩-২৪ শিক্ষাবৰ্ষৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুযায়ী পৰিৱেশ নিকাকৰণ আৰু শিক্ষক গোটৰ দ্বাৰা সমূহীয়া বন্তি প্ৰজ্জ্বলনৰ পিছতেই ভাৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ ফুকনৰ সভাপতিত্বত মুকলি সভাখন আৰম্ভ হয় সহ: শিক্ষয়িত্ৰী ববী বৰগোহাঁইৰ কথাৰে ছাত্ৰীবৃন্দই পৰিৱেশন কৰা “সহযাত্ৰী তুমি সহযাত্ৰী…” শীৰ্ষক সমৱেত সংগীতেৰে। 

লগতে পঢ়কঃ মৃতকৰ শেষকৃত্য অনুষ্ঠানত গুলীচালনা, ৯ শিশুসহ অতি কমেও ১৩ লোকৰ মৃত্যু

অভিজ্ঞান একাডেমিৰ সচিব থানু কৃষ্ণ গগৈয়ে আদৰণি ভাষণ আৰু হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ডম্বৰ ৰিজালে নিৰ্দিষ্ট বক্তাৰ ভাষণৰ প্ৰদান কৰাৰ লগে লগে বিদ্যালয়ৰ তিনিগৰাকী কৃতি ছাত্ৰলৈ স্বৰ্গীয় ৰবীন হাতীবৰুৱা সোঁৱৰণী জলপানি পৰিয়ালৰ সদস্যই প্ৰদান কৰে। 

ইয়াৰ উপৰিও এই অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ  হৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলকো বিদ্যালয়ৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

লগতে পঢ়কঃ আম্বেদকাৰ নহয়, কেৱল মহাত্মা গান্ধী আৰু তিৰুৱল্লুৱৰৰ ফটো থাকিব আদালতত: মাদ্ৰাজ উচ্চ ন্যায়ালয়

ইয়াৰ পিছত সহ: শিক্ষক নৱজিৎ গগৈয়ে আঁতধৰা অতি আকৰ্ষণীয় ‘শ্ৰেষ্ঠ নৱাগত ছাত্ৰ-ছাত্ৰী’ৰ প্ৰতিযোগিতাখন আৰম্ভ হয়। তুমূল যুঁজ তথা উন্নত পৰ্যায়ৰ প্ৰশ্ন-উত্তৰ শিতানৰ অন্তত বিচাৰক সঞ্জীৱ বসুমতাৰীয়ে একাদশমানৰ ছাত্ৰ নয়ন গগৈ আৰু নৱমমানৰ ছাত্ৰী অনিন্দিতা হাতীবৰুৱালৈ শ্ৰেষ্ঠ নৱাগতা-২০২৩ৰ খিতাপ ঘোষণা কৰে। 

উল্লেখ্য যে শিমলুগুৰি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কোষেশ্বৰ ফুকন, শিক্ষক ৰতন কোঁৱৰকে আদি কৰি অৰ্ধশতাধিক অভিভাৱক-অতিথি উপস্থিত থকা উক্ত সভাত প্ৰাক্তন ছাত্ৰ গৌতম চেতিয়া, কৌশিক চাৰিঙ্গীয়া, অৰ্জুন কাশ্যপ, ছাত্ৰী ৰুণজুন হাতীবৰুৱাই গীত পৰিৱেশন আৰু ছাত্ৰী সাগৰিকা কোঁৱৰ, নয়না সন্দিকৈ, দেৱযানী মহিলাৰী, ধৰিত্ৰী শইকীয়া, প্ৰিয়াশ্ৰী বৰুৱা, মেৰী গগৈ, জয়শ্ৰী গগৈ আৰু শিখামণি হাতীবৰুৱা দলে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।

লগতে পঢ়কঃ অশনি সংকেত! উৰুগুৱেৰ উপকূলত ২০০০ পেংগুইনৰ মৃতদেহ উদ্ধাৰ; উদ্বিগ্ন জীৱবিজ্ঞানী

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd