• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আম্বেদকাৰ নহয়, কেৱল মহাত্মা গান্ধী আৰু তিৰুৱল্লুৱৰৰ ফটো থাকিব আদালতত: মাদ্ৰাজ উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 4:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ড০ ভীমৰাও আম্বেদকাৰৰ ফটো আদালতত ৰখাৰ বাবে জনোৱা আবেদন নাকচ কৰিছে। আদালতে কয় যে আদালতত কেৱল মহাত্মা গান্ধী আৰু সন্ত থিৰুৱল্লুৰৰ ছবিহে থাকিব৷

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ আদালতে তামিলনাডুৰ আদালত আৰু আদালত চৌহদত মহাত্মা গান্ধী আৰু সন্ত তিৰুৱল্লুৱৰৰ বাহিৰে আন কোনো ব্যক্তিৰ ফটো, প্ৰতিমূৰ্তি বা ছবি স্থাপন নকৰাৰ ৰায় পুনৰবাৰ দোহাৰিছে। ইয়াৰ পূৰ্বে ১১ এপ্ৰিলত আদালতে এই ৰায় দিছিল।

লগতে পঢ়ক: কোন এই স্বাতী? এতিয়া বহু কোটি টকাৰ কোম্পানীৰ মালিক; ৰতন টাটাও অনুৰাগী এই যুৱতীৰ

Apply Now

ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ আদালতত ড০ বি আৰ আম্বেদকাৰৰ ফটো স্থাপনৰ বাবে বিভিন্ন অধিবক্তা সন্থাৰ অনুৰোধো উচ্চ ন্যায়ালয়ে নাকচ কৰে।

ইপিনে, একে সময়তে সাধাৰণ জনতাৰ সৈতে জড়িত এক সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে ২০০৮ চনৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক দোষমুক্ত কৰাৰ সময়তে কয় যে প্ৰত্যক্ষদৰ্শীৰ অনুপস্থিতিত বিচাৰ বিভাগে অপৰাধৰ উদ্দেশ্য প্ৰমাণ কৰাটো প্ৰয়োজনীয়। ন্যায়াধীশ বিক্ৰম নাথ আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে উল্লেখ কৰে যে গোচৰৰ সকলো সাক্ষীয়ে আবেদনকাৰী আৰু মৃতকৰ মাজত কোনো শত্ৰুতা নাছিল বুলি উল্লেখ কৰিছে।

আনহাতে, ভাৰতীয় দণ্ডবিধিৰ ৪৯৮-এ (বিবাহিত মহিলাৰ ওপৰত নিষ্ঠুৰতা) ধাৰাত দ্বিতীয় পত্নীয়ে স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব নোৱাৰে বুলি কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায় দিয়ে। শেহতীয়াকৈ ৪৯৮-এ ধাৰাত এজন ব্যক্তিক দিয়া শাস্তি বাতিল কৰাৰ সময়ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ. ৰছৈয়াই এই মন্তব্য কৰিছে। শাস্তি এই কাৰণে বাতিল কৰা হৈছে কিয়নো আনগৰাকী পত্নীৰ অভিযোগত গোচৰ চলোৱা হৈছিল আৰু তেওঁক দোষী সাব্যস্ত কৰি শাস্তি বিহা হৈছিল।

লগতে পঢ়ক: অশনি সংকেত! উৰুগুৱেৰ উপকূলত ২০০০ পেংগুইনৰ মৃতদেহ উদ্ধাৰ; উদ্বিগ্ন জীৱবিজ্ঞানী

আদালতে কয়, দ্বিতীয় পত্নীয়ে স্বামী আৰু তেওঁৰ শহুৰেকৰ বিৰুদ্ধে দাখিল কৰা গোচৰ শুনানিৰ বাবে গ্হৰণযোগ্য নহয়। ইয়াৰ লগতে উচ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ নিৰ্দেশ বাতিল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কে দল সলনি কৰিব আৰু উপ-নিৰ্বাচন হ’ব ৰাইজৰ ধনেৰে! কেন্দ্ৰ আৰু আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ

বিধায়কে দল সলনি কৰিব আৰু উপ-নিৰ্বাচন হ’ব ৰাইজৰ ধনেৰে! কেন্দ্ৰ আৰু আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ

October 27, 2026 9:41 am
নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

October 27, 2026 9:09 am
চিতাত ছাগলী জ্বলাই দি নিজৰ ডেথ চাৰ্টিফিকেট উলিয়ালে যুৱকে, কিন্তু কিয়? জানি চকু কপালত উঠিব!

চিতাত ছাগলী জ্বলাই দি নিজৰ ডেথ চাৰ্টিফিকেট উলিয়ালে যুৱকে, কিন্তু কিয়? জানি চকু কপালত উঠিব!

October 27, 2026 8:34 am
‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কে দল সলনি কৰিব আৰু উপ-নিৰ্বাচন হ’ব ৰাইজৰ ধনেৰে! কেন্দ্ৰ আৰু আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ

বিধায়কে দল সলনি কৰিব আৰু উপ-নিৰ্বাচন হ’ব ৰাইজৰ ধনেৰে! কেন্দ্ৰ আৰু আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ

October 27, 2026 9:41 am
নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

October 27, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd