• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনিগৰাকী কৃতি ছাত্ৰলৈ স্বৰ্গীয় ৰবীন হাতীবৰুৱা সোঁৱৰণী জলপানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 5:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে লখিমপুৰ জিলাৰ শিমলুগুৰিস্থিত অন্যতম কলা-বিজ্ঞান শাখাৰ শিক্ষানুষ্ঠান অভিজ্ঞান একাডেমিৰ ২০২৩-২৪ শিক্ষাবৰ্ষৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুযায়ী পৰিৱেশ নিকাকৰণ আৰু শিক্ষক গোটৰ দ্বাৰা সমূহীয়া বন্তি প্ৰজ্জ্বলনৰ পিছতেই ভাৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ ফুকনৰ সভাপতিত্বত মুকলি সভাখন আৰম্ভ হয় সহ: শিক্ষয়িত্ৰী ববী বৰগোহাঁইৰ কথাৰে ছাত্ৰীবৃন্দই পৰিৱেশন কৰা “সহযাত্ৰী তুমি সহযাত্ৰী…” শীৰ্ষক সমৱেত সংগীতেৰে। 

লগতে পঢ়কঃ মৃতকৰ শেষকৃত্য অনুষ্ঠানত গুলীচালনা, ৯ শিশুসহ অতি কমেও ১৩ লোকৰ মৃত্যু

Apply Now

অভিজ্ঞান একাডেমিৰ সচিব থানু কৃষ্ণ গগৈয়ে আদৰণি ভাষণ আৰু হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ডম্বৰ ৰিজালে নিৰ্দিষ্ট বক্তাৰ ভাষণৰ প্ৰদান কৰাৰ লগে লগে বিদ্যালয়ৰ তিনিগৰাকী কৃতি ছাত্ৰলৈ স্বৰ্গীয় ৰবীন হাতীবৰুৱা সোঁৱৰণী জলপানি পৰিয়ালৰ সদস্যই প্ৰদান কৰে। 

ইয়াৰ উপৰিও এই অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ  হৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলকো বিদ্যালয়ৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

লগতে পঢ়কঃ আম্বেদকাৰ নহয়, কেৱল মহাত্মা গান্ধী আৰু তিৰুৱল্লুৱৰৰ ফটো থাকিব আদালতত: মাদ্ৰাজ উচ্চ ন্যায়ালয়

ইয়াৰ পিছত সহ: শিক্ষক নৱজিৎ গগৈয়ে আঁতধৰা অতি আকৰ্ষণীয় ‘শ্ৰেষ্ঠ নৱাগত ছাত্ৰ-ছাত্ৰী’ৰ প্ৰতিযোগিতাখন আৰম্ভ হয়। তুমূল যুঁজ তথা উন্নত পৰ্যায়ৰ প্ৰশ্ন-উত্তৰ শিতানৰ অন্তত বিচাৰক সঞ্জীৱ বসুমতাৰীয়ে একাদশমানৰ ছাত্ৰ নয়ন গগৈ আৰু নৱমমানৰ ছাত্ৰী অনিন্দিতা হাতীবৰুৱালৈ শ্ৰেষ্ঠ নৱাগতা-২০২৩ৰ খিতাপ ঘোষণা কৰে। 

উল্লেখ্য যে শিমলুগুৰি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কোষেশ্বৰ ফুকন, শিক্ষক ৰতন কোঁৱৰকে আদি কৰি অৰ্ধশতাধিক অভিভাৱক-অতিথি উপস্থিত থকা উক্ত সভাত প্ৰাক্তন ছাত্ৰ গৌতম চেতিয়া, কৌশিক চাৰিঙ্গীয়া, অৰ্জুন কাশ্যপ, ছাত্ৰী ৰুণজুন হাতীবৰুৱাই গীত পৰিৱেশন আৰু ছাত্ৰী সাগৰিকা কোঁৱৰ, নয়না সন্দিকৈ, দেৱযানী মহিলাৰী, ধৰিত্ৰী শইকীয়া, প্ৰিয়াশ্ৰী বৰুৱা, মেৰী গগৈ, জয়শ্ৰী গগৈ আৰু শিখামণি হাতীবৰুৱা দলে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।

লগতে পঢ়কঃ অশনি সংকেত! উৰুগুৱেৰ উপকূলত ২০০০ পেংগুইনৰ মৃতদেহ উদ্ধাৰ; উদ্বিগ্ন জীৱবিজ্ঞানী

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd