• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুখবৰ! বৰ্ষাপাৰাত পুনৰ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ, বিপক্ষ অষ্ট্ৰেলিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2023 12:23 pm
India vs Australia Barsapara stadium
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীসকলৰ বাবে সুখবৰ। স্ব-ৰাজ্যত পুনৰ আন্ত:ৰাষ্ট্ৰীয় মেচ উপভোগৰ সুযোগ লাভ কৰিব অসমৰ ক্ৰিকেটপ্ৰেমীসকলে। স্ব-চক্ষুৰে দেখাৰ সুযোগ পাব আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত দপদপনি তুলি থকা তাৰকা-মহাতাৰকাক।

বিচিচিআই- ৰ শেহতীয়া ঘোষিত সূচীয়ে নিশ্চিত কৰিছে ৰাজ্যৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এই সুখবৰ। বিচিচিআই- ৰ সূচী অনুসৰি, চলিত বৰ্ষৰ ২৮ নৱেম্বৰত মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ।

Apply Now

সীমিত অভাৰৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিবলগীয়া অষ্ট্ৰেলিয়াই টি-২০ শৃংখলাৰ তৃতীয়খন মেচত বৰ্ষাপাৰাত ঘৰুৱা দল ভাৰতৰ বিপক্ষে প্ৰতিদ্বন্দিতা আগবঢ়াব। উক্ত ভ্ৰমণত অষ্ট্ৰেলিয়াই তিনিখনীয়া এদিনীয়া শৃংখলা আৰু পাঁচখনীয়া টি-২০ শৃংখলাত ভাগ ল’ব।

ইফালে অসম ক্ৰিকেট সন্থাই এক বিবৃতি যোগে আগন্তুক মেচখনৰ বিষয়ে সদৰী কৰি এই সুযোগ দিয়াৰ বাবে বিচিচিআইক ধন্যবাদ জনায়। মেচখন সফলতাৰে অনুষ্ঠিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে অসম ক্ৰিকেট সন্থাই।

উল্লেখ্য যে, ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ মূল গ্ৰুপ মেচ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বুলি চৰ্চা চলিছিল যদিও আই চি চি- ৰ প্ৰকাশিত সূচীত মেচ অনুষ্ঠিত কৰাৰ পৰা বঞ্চিত হৈছিল বৰ্ষাপাৰা ষ্টেডিয়াম।

বিশ্বকাপৰ মেচ উপভোগৰ পৰা বঞ্চিত হৈ পৰাৰ বাবে কিছু পৰিমাণে ক্ষুদ্ধ হৈছিল ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীসকল। বিশ্বকাপৰ মূল মেচৰ পৰিৱৰ্তে দুখনমান ৱাৰ্ম আপ মেচ আয়োজনৰহে স্বত্ব লাভ কৰিছিল অসম ক্ৰিকেট সন্থাই।

উল্লেখ্য যে, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এইপৰ্যন্ত তিনিখন এদিনীয়া আৰু ছয়খন টি-২০ আন্ত:ৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছে। লক্ষণীয়ভাৱে ২০১৭ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজতে বৰ্ষাপাৰাত অনুষ্ঠিত হৈছিল প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় মেচ। উক্ত মেচখনত জয়ী হৈছিল ভ্ৰমণকাৰী দলটো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd