• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ মে’ৰ ভিতৰত ৰাজ্যিক কৰ্মচাৰীৰ সমস্যা সমাধান নহ’লে আন্দোলনৰ হুংকাৰ অসম কৰ্মচাৰী পৰিষদৰ

গৌতম তালুকদাৰ by গৌতম তালুকদাৰ
May 6, 2018 7:13 pm
IMG-20180506-WA0018
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ সভাই বৰ্তমান ৰাজ্যিক কৰ্মচাৰীসকলৰ সমস্যা সমূহ যদিহে অহা ৩০ মে’ৰ ভিতৰত ৰাজ্য চৰকাৰে সমাধান কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে আগন্তুক দিনত সমগ্ৰ ৰাজ্যতে বৃহত্তৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

আজি শিলচৰৰ জিলা পুঁথিভৰাল সভাকক্ষত পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পাছত এখন সংবাদ মেল সম্বোধন কৰি এই কাৰ্যসূচীৰ কথা ঘোষণা কৰে কৰ্মচাৰী পৰিষদৰ সভাপতি বাসব চন্দ্ৰ কলিতাই।

Apply Now

তেওঁ কয় যে আজিৰ সভাত ৰাজ্যিক কৰ্মচাৰীৰ সমস্যা সমূহ শীঘ্ৰে মীমাংসাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। দৰমহা আসোঁৱাহ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন ৰাজহুৱা কৰা, বিনামূলীয়া চিকিৎসা সেৱা আঁচনি কাৰ্যকৰী কৰা, ২১ মাহৰ পাবলগীয়া বকেয়া প্ৰদান, শিক্ষকৰ দৰমহাৰ খেলিমেলি তাৎক্ষণিকভাৱে মীমাংসা কৰাৰ লগতে বিভিন্ন সমস্যা সমূহ সমাধান কৰাৰ বাবে দাবী জনায়।

ইয়াৰ উপৰি পৰিয়াল পেঞ্চন আঁচনিৰ জৰিয়তে দৰমহা আদায়ৰ ক্ষেত্ৰত স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা, ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি নিৰাপত্তা সুনিশ্চিত প্ৰদান কৰাৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰে।

ইফালে কাজিৰঙাৰ লগতে অসমৰ কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডক অৰ্পণ কৰা কাৰ্যৰো ঘোৰ বিৰোধিতা কৰা দেখা যায় পৰিষদৰ সভাপতি বাসব চন্দ্ৰ কলিতাক। লগতে চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাই উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত পিন্ধা বুলেটপ্ৰুফ জেকেট অতি নিম্নমানৰ বুলি অভিযোগ উত্থাপন হোৱাৰ সময়ত কলিতাই উদ্বেগ প্ৰকাশ কৰি বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰক তদন্ত কৰাৰ বাবে দাবী জনায়।

পৰিষদৰ কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত অনুষ্ঠিত হোৱা সংবাদ মেলত অসম কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক ফকৰ উদ্দিন আহমেদ, নগেন চন্দ্ৰ দাস, শিলচৰ কৰ্মচাৰী পৰিষদৰ পান্না পাল, কেন্দ্ৰীয় সমিতিৰ বিষয়া সুদীপ ভট্টাচাৰ্যৰ লগতে বহুতো লোক উপস্থিত থাকে।

গৌতম তালুকদাৰ

গৌতম তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd