• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টেইলৰৰ মহানুভৱতা! ৮২ লাখ টকাকৈ দিলে ৫০জন ট্ৰাক চালকক! দিলে বিশেষ কামৰ পুৰস্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 8:15 am
টেইলৰ চুইফট। ফাইল ফটো: সংগ্ৰহীত।

টেইলৰ চুইফট। ফাইল ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমীয়া সংগীত সাম্ৰাজ্যৰ অন্যতম সম্ৰাজ্ঞী টেইলৰ চুইফট। ১২ টাকৈ গ্ৰেমী বঁটাৰ অধিকাৰী সংগীতশিল্পীগৰাকীৰ আৰু কোনো পৰিচয়ৰ প্ৰয়োজন নাই। সংগীতৰ সাগৰত মিঠা বতাহৰ দৰে তেওঁৰ কণ্ঠ।

যোৱা বছৰৰ ১৭ মাৰ্চৰ পৰা টেইলৰে আৰম্ভ কৰিছিল মাৰাথন কনচাৰ্ট ‘দ্য ইৰাছ ট্যুৰ’। অহা বছৰৰ ১৭ আগষ্টলৈকে চলি থাকিব। টেইলৰে এবছৰতকৈও অধিক সময়ৰ ভ্ৰমণত পাঁচখন মহাদেশত ১৩১টা শ্ব’ কৰাৰ পৰিকল্পনা কৰিছে।

২০১৮ চনত ৰেপুটেচন ষ্টেডিয়াম ভ্ৰমণৰ পিছত টেইলৰৰ এই ভ্ৰমণ আটাইতকৈ ব্যয়বহুল। টেইলৰে এতিয়ালৈকে মুঠ ১০টা এলবাম মুকলি কৰিছে। মূলতঃ তেওঁ প্ৰতিটো এলবামৰ পৰা নিৰ্বাচিত গীত গায়।

লগতে পঢ়ক: যুঁজ শেষ ‘মিছ ভেনিজুৱেলা’ৰ! দুমাহ পূৰ্বেই প্ৰস্তুত কৰিছিল নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ভিডিঅ’

শেহতীয়াকৈ আমেৰিকাত দ্য ইৰাছ ভ্ৰমণ হৈ গ’ল। যোৱা শনিবাৰে কেলিফৰ্ণিয়াৰ চান্টা ক্লাৰাত অনুষ্ঠিত হোৱা আমেৰিকাৰ লেগৰ শেষ পৰ্ব আছিল। আৰু মঞ্চত উঠাৰ আগতে টেইলৰে যি কৰিলে তাৰ বাবে সমগ্ৰ বিশ্বই তেওঁক প্ৰশংসা কৰিছে।

টেইলৰৰ সৈতে আমেৰিকা ভ্ৰমণত আছিল ৫০ জন ট্ৰাক চালক। টেইলৰৰ দামী বাদ্যযন্ত্ৰ ট্ৰাকত লৈ বিভিন্ন ঠাইলৈ লৈ গৈছিল। এই বিশেষ কামটো কৰাৰ বাবে টেইলৰে তেওঁলোকক পুৰস্কৃত কৰিছিল। শিল্পীগৰাকীয়ে তেওঁৰ গভীৰ মনৰ পৰিচয় দিছে। তেওঁ প্ৰতিজন ট্ৰাক চালকক ভাৰতীয় মুদ্ৰাত ৮২ লাখ টকাকৈ দিছে। টেইলৰে মেক্সিকোলৈ গান গাবলৈ যোৱাৰ আগতে এই কাম কৰিছে।

কেৱল এয়াই নহয়, জনা যায় যে টেইলৰে তেওঁৰ বেণ্ডৰ সদস্য, নৃত্যশিল্পী, পোহৰ আৰু শব্দ কুশলী, কেটাৰাৰ আৰু অন্যান্য কৰ্মীসকলকো বিশাল নগদ পুৰস্কাৰ দিছে। ৩৩ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে পুনৰবাৰ নিজৰ গৃহভূমিত এক বেলেগ ধৰণে ছাপ পেলাইছে।

লগতে পঢ়ক: মাতৃ হৈ ভাল পায়, সেয়ে গৰ্ভ ভাড়াত দিয়াটো এতিয়া ‘নিচা’ হৈ পৰিছে এই যুৱতীৰ

টেইলৰৰ কথা ক’বলৈ গ’লে আৰু এটা কথা ক’ব লাগিব। যোৱা ৬০ বছৰৰ ভিতৰত তেওঁ প্ৰথমজন জীৱিত শিল্পী যাৰ শীৰ্ষ দহৰ ভিতৰত চাৰিটা এলবাম আছে। যিটো এক অভাৱনীয় বুলিয়েই ক’ব পাৰি। টেইলৰ চুইফটৰ ইনষ্টাগ্ৰামত ২৬৯ মিলিয়ন ফ’ল’ৱাৰ আছে। কিন্তু তেওঁ এজনকো ফলো নকৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd