• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টেইলৰৰ মহানুভৱতা! ৮২ লাখ টকাকৈ দিলে ৫০জন ট্ৰাক চালকক! দিলে বিশেষ কামৰ পুৰস্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2023 8:15 am
টেইলৰ চুইফট। ফাইল ফটো: সংগ্ৰহীত।

টেইলৰ চুইফট। ফাইল ফটো: সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমীয়া সংগীত সাম্ৰাজ্যৰ অন্যতম সম্ৰাজ্ঞী টেইলৰ চুইফট। ১২ টাকৈ গ্ৰেমী বঁটাৰ অধিকাৰী সংগীতশিল্পীগৰাকীৰ আৰু কোনো পৰিচয়ৰ প্ৰয়োজন নাই। সংগীতৰ সাগৰত মিঠা বতাহৰ দৰে তেওঁৰ কণ্ঠ।

যোৱা বছৰৰ ১৭ মাৰ্চৰ পৰা টেইলৰে আৰম্ভ কৰিছিল মাৰাথন কনচাৰ্ট ‘দ্য ইৰাছ ট্যুৰ’। অহা বছৰৰ ১৭ আগষ্টলৈকে চলি থাকিব। টেইলৰে এবছৰতকৈও অধিক সময়ৰ ভ্ৰমণত পাঁচখন মহাদেশত ১৩১টা শ্ব’ কৰাৰ পৰিকল্পনা কৰিছে।

২০১৮ চনত ৰেপুটেচন ষ্টেডিয়াম ভ্ৰমণৰ পিছত টেইলৰৰ এই ভ্ৰমণ আটাইতকৈ ব্যয়বহুল। টেইলৰে এতিয়ালৈকে মুঠ ১০টা এলবাম মুকলি কৰিছে। মূলতঃ তেওঁ প্ৰতিটো এলবামৰ পৰা নিৰ্বাচিত গীত গায়।

Apply Now

লগতে পঢ়ক: যুঁজ শেষ ‘মিছ ভেনিজুৱেলা’ৰ! দুমাহ পূৰ্বেই প্ৰস্তুত কৰিছিল নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ভিডিঅ’

শেহতীয়াকৈ আমেৰিকাত দ্য ইৰাছ ভ্ৰমণ হৈ গ’ল। যোৱা শনিবাৰে কেলিফৰ্ণিয়াৰ চান্টা ক্লাৰাত অনুষ্ঠিত হোৱা আমেৰিকাৰ লেগৰ শেষ পৰ্ব আছিল। আৰু মঞ্চত উঠাৰ আগতে টেইলৰে যি কৰিলে তাৰ বাবে সমগ্ৰ বিশ্বই তেওঁক প্ৰশংসা কৰিছে।

টেইলৰৰ সৈতে আমেৰিকা ভ্ৰমণত আছিল ৫০ জন ট্ৰাক চালক। টেইলৰৰ দামী বাদ্যযন্ত্ৰ ট্ৰাকত লৈ বিভিন্ন ঠাইলৈ লৈ গৈছিল। এই বিশেষ কামটো কৰাৰ বাবে টেইলৰে তেওঁলোকক পুৰস্কৃত কৰিছিল। শিল্পীগৰাকীয়ে তেওঁৰ গভীৰ মনৰ পৰিচয় দিছে। তেওঁ প্ৰতিজন ট্ৰাক চালকক ভাৰতীয় মুদ্ৰাত ৮২ লাখ টকাকৈ দিছে। টেইলৰে মেক্সিকোলৈ গান গাবলৈ যোৱাৰ আগতে এই কাম কৰিছে।

কেৱল এয়াই নহয়, জনা যায় যে টেইলৰে তেওঁৰ বেণ্ডৰ সদস্য, নৃত্যশিল্পী, পোহৰ আৰু শব্দ কুশলী, কেটাৰাৰ আৰু অন্যান্য কৰ্মীসকলকো বিশাল নগদ পুৰস্কাৰ দিছে। ৩৩ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে পুনৰবাৰ নিজৰ গৃহভূমিত এক বেলেগ ধৰণে ছাপ পেলাইছে।

লগতে পঢ়ক: মাতৃ হৈ ভাল পায়, সেয়ে গৰ্ভ ভাড়াত দিয়াটো এতিয়া ‘নিচা’ হৈ পৰিছে এই যুৱতীৰ

টেইলৰৰ কথা ক’বলৈ গ’লে আৰু এটা কথা ক’ব লাগিব। যোৱা ৬০ বছৰৰ ভিতৰত তেওঁ প্ৰথমজন জীৱিত শিল্পী যাৰ শীৰ্ষ দহৰ ভিতৰত চাৰিটা এলবাম আছে। যিটো এক অভাৱনীয় বুলিয়েই ক’ব পাৰি। টেইলৰ চুইফটৰ ইনষ্টাগ্ৰামত ২৬৯ মিলিয়ন ফ’ল’ৱাৰ আছে। কিন্তু তেওঁ এজনকো ফলো নকৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 14, 2026 7:24 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 14, 2026 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd