• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাতৃ হৈ ভাল পায়, সেয়ে গৰ্ভ ভাড়াত দিয়াটো এতিয়া ‘নিচা’ হৈ পৰিছে এই যুৱতীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2023 5:07 pm
য়েচিনিয়া লাটুৰে। ফটো সৌজন্য: দ্য নিউয়ৰ্ক টাইমছ।

য়েচিনিয়া লাটুৰে। ফটো সৌজন্য: দ্য নিউয়ৰ্ক টাইমছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ জৰ্জিয়াৰ আটলাণ্টাৰ ২৬ বছৰীয়া যুৱতী য়েচিনিয়া লাটুৰে। সন্তান জন্ম দিয়া এই যুৱতীগৰাকীৰ বাবে ইমানেই আনন্দৰ যে ই এক নিচালৈ পৰিণত হৈছে। এই কাৰণে তেওঁ গৰ্ভ ভাৰা দিয়ে।

ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয় লাটুৰে ইতিমধ্যে ইনষ্টাগ্ৰামত গৰ্ভ ভাড়াত দিব বিচৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ পিছত শ শ পৰিয়ালে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰে। তাইক দেখি বহুতে চেৰ’গেচিৰ প্ৰতি অনুপ্ৰাণিতও হৈছে। নিউয়ৰ্ক পোষ্টত প্ৰকাশ পাইছে এই খবৰ।

লগতে পঢ়ক: স্বামী কুকি, পত্নী মেইটি; উত্তপ্ত মণিপুৰত দম্পতীয়ে অনাথ শিশুক দিছে প্ৰেম-ভালপোৱাৰ পাঠ

Apply Now

ইয়াৰ মাজতে য়েচিনিয়া লাটুৰে জন্ম দিছে তিনিটা সন্তান। ইয়াৰ ভিতৰত দুটি নিজৰ সন্তান আৰু আনটি আন কাৰোবাৰ। আনটো সন্তান চেৰ’গেচিৰ জৰিয়তে এহাল দম্পতীৰ পৰা জন্ম হৈছে। আৰু তেওঁ গৰ্ভ ভাড়া দি সন্তান জন্ম দিয়াৰ বাবে প্ৰায় ৩৩ লাখ ৯ হাজাৰ ৭৪ টকা (৪০ হাজাৰ মাৰ্কিন ডলাৰ) মাননি হিচাপে লয়।

 প্ৰাকৃতিক প্ৰক্ৰিয়াৰ জৰিয়তে মাতৃ হ’ব নোৱাৰা মহিলাৰ গৰ্ভ ভাড়াত লোৱাৰ পৰিকল্পনা কৰিছে য়েচিনিয়াই। এই যুৱতীগৰাকীয়ে কয় যে তেওঁ অতি সোনকালে পুনৰ চেৰ’গেট মাতৃ হোৱাৰ পৰিকল্পনা কৰিছে। মই আৰু অপেক্ষা কৰি থাকিব নোৱাৰো।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চেৰ’গেচিৰ জৰিয়তে প্ৰথমটো সুস্থ ল’ৰা সন্তান জন্ম দিছিল য়েচিনিয়াই। তেওঁ কয়, ‘’সেই পৰিয়ালটোক তেওঁলোকৰ সন্তানটো দিয়াটো মোৰ বাবে কঠিন নাছিল। মই তেওঁলোকৰ বাবে কিবা এটা কৰি সুখী। সেই শিশুটিক মই ভৱিষ্যতে দেখা পাম। প্ৰতি সপ্তাহতে কেঁচুৱাটোৰ মাকে তাৰ ফটো এখন তুলি মোলৈ পঠিয়ায়। সঁচাকৈয়ে ই মোক আনন্দিত কৰি তোলে।‘’

লগতে পঢ়ক: যৌন নিৰ্যাতনৰ পিছত অবৈধ বালি খননৰ অভিযোগ; নতুন কেলেংকাৰীত চাপত ব্ৰীজভূষণ

য়েচিনিয়াই জনায় যে তেতিয়াৰ পৰা তাই এই আনন্দ বাৰে বাৰে পাব বিচাৰে। তেওঁ কয়, ‘’এটা পৰিয়ালৰ বাবে সন্তান অতি গুৰুত্বপূৰ্ণ। যিসকলে মাতৃ হ’ব নোৱাৰে তেওঁলোকৰ বাবে মই পৰিয়ালটোৰ কথা ভাবি তেওঁলোকৰ কাষত থিয় দিব বিচাৰো।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd