• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোমবাৰে ২৪ ঘন্টীয়া ভাৰত বন্ধ; কোনে দিছে আৰু কিয় দিছে এই বন্ধৰ আহ্বান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2023 11:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ হিংসাক লৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীসকলৰ বিক্ষোভ অব্যাহত আছে। তাৰমাজতে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) আৰু মণিপুৰৰ ঘটনাৰ প্ৰতিবাদত দেশজোৰা ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰীয় আদিবাসী একতা পৰিষদে সোমবাৰে ভাৰত বন্ধৰ আহ্বান জনাইছে।

মণিপুৰত মহিলাৰ ওপৰত চলি থকা হিংসাৰ প্ৰতিবাদৰ উপৰিও ৰাষ্ট্ৰীয় আদিবাসী একতা পৰিষদে দেশৰ আদিবাসীসকলৰ সম অধিকাৰৰ দাবীতো সৰৱ হৈ পৰিছে।

ভাৰত বন্ধৰ আহ্বান জনাই এই সংগঠনৰ সভাপতি ভাৰতী সিং আৰু ৰাঁচী জিলাৰ সভাপতি ৰাজেশ টপ্পোৱে কয়, “আগতে ২৭ জুলাইত ৰাষ্ট্ৰীয় আদিবাসী একতা পৰিষদে ঝাৰখণ্ডৰ মোৰাবাদৰ পৰা ৰাজভৱনলৈ সমদল উলিয়াইছিল। মণিপুৰ কাণ্ডৰ বাহিৰেও ইউনিফৰ্ম চিভিল কোডৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল।”

Apply Now

লগতে পঢ়ক: নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত পৰিল তীৰ্থযাত্ৰীৰ বাছ; কমেও ৩ জন নিহত, আহত ২৪

ৰাঁচীৰ সভাপতিগৰাকীয়ে লগতে কয়, “মণিপুৰত জনজাতীয় লোকৰ বিৰুদ্ধে ক’ব নোৱাৰা নিৰ্যাতন চলি আছে। তেওঁলোকৰ ঘৰ জ্বলাই দিয়া হৈছে। বৃহৎ সংখ্যক জনজাতীয় লোকক মণিপুৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰা হৈছে। সেইবাবেই আমি প্ৰতিবাদ কৰিছো।”

ৰাষ্ট্ৰীয় আদিবাসী একতা পৰিষদৰ সভাপতি ভাৰতী সিঙে কয়, “উন্নয়ন, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষাৰ নামত আদিবাসীক নিজৰ বাসস্থান এৰি যাবলৈ বাধ্য কৰা হৈছে। তেওঁলোকৰ জীৱিকা কাঢ়ি লোৱা হৈছে। আদিবাসীক সমান নাগৰিক অধিকাৰ দিব লাগিব। আদিবাসীসকলৰ পৰিচয় মচি পেলোৱাৰ প্ৰচেষ্টা চলি আছে। সংবিধানে জনজাতীয় লোকক যি অধিকাৰ দিছে তাক খৰ্ব কৰা হৈছে।”

এই বিষয়বোৰ সন্মুখত ৰাখিয়েই ৰাষ্ট্ৰীয় আদিবাসী একতা পৰিষদে সোমবাৰে ২৪ ঘণ্টীয়া ভাৰত বন্ধৰ আহ্বান জনায়।

লগতে পঢ়ক: মাৰপিটৰ গোচৰত বিজেপি সাংসদৰ ২ বছৰ জেল; ৰাহুল গান্ধীৰ দৰেই বাতিল হ’ব সাংসদ পদ?

ভাৰত বন্ধৰ আহ্বান ইতিমধ্যে টুইটাৰত ট্ৰেণ্ডিং আৰম্ভ হৈছে। হিংসাত্মক পৰিস্থিতিত বিধ্বস্ত মণিপুৰত জনজাতীয় মাতৃ-ভগ্নীৰ কাষত থিয় দি বহুতে ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে যে তেওঁলোকে এই বন্ধক সমৰ্থন কৰিছে।

মণিপুৰৰ অশান্তি কোনোপধ্যেই বন্ধ হোৱা নাই। হিংসা বিধ্বস্ত মণিপুৰত পুনৰ গুলীচালনাৰ ঘটনা ঘটিছে। বিষ্ণুপুৰ জিলাত গুলীচালনা আৰু সংঘৰ্ষত ২১ জন লোক আহত হয়। তাৰ পাছত শনিবাৰে তাতেই মণিপুৰৰ এজন আৰক্ষীক গুলীয়াই হত্যা কৰা হয়। একে সময়তে তিনিজন গাঁৱৰ মানুহৰ মৃত্যু হোৱা বুলিও জনা গৈছে। অভিযোগ অনুসৰি এই আক্ৰমণ কুকি উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল। মৃত লোককেইজন মেইটেই সম্প্ৰদায়ৰ সদস্য বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক: ‘হিন্দীৰ দাসত্ব মানি নলওঁ’, চৰকাৰী ভাষা প্ৰসংগত অমিত শ্বাহক প্ৰত্যুত্তৰ ষ্টেলিনৰ

সূত্ৰ অনুসৰি, গুলীচালনাৰ উপৰিও তাত কেইবাটাও ঘৰত অগ্নি সংযোগ কৰা হয়। হিংসা আৰু উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ চেল প্ৰয়োগ কৰিবলগীয়া হৈছিল। ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ পৰাও আগ্নেয়াস্ত্ৰ লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd