• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংসদ পদ ঘুৰাই পালে ৰাহুল গান্ধীয়ে; জনালে লোকসভাৰ অধ্যক্ষৰ সচিবালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 11:28 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ সাংসদ পদ লাভ কৰিলে ৰাহুল গান্ধীয়ে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখিছিল। ইয়াৰ ৪৮ ঘণ্টাৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলক পুনৰ সাংসদ পদ ঘুৰাই দিলে। সোমবাৰে পুৱা অধ্যক্ষ সচিবালয়ৰ পৰা এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰা হৈছে।

এতিয়া মঙলবাৰে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰেধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ কাৰ্যসূচীত যোগদান কৰিবলৈ সক্ষম হ’ব ৰাহুলে। এই সংক্ৰান্তীয় বিতৰ্কত ৰাহুলেও যোগদান কৰিব পাৰিব।

লগতে পঢ়ক: মণিপুৰ সংকট! বীৰেন সিং চৰকাৰৰ পৰা কুকি পিপলছ এলায়েন্সৰ সমৰ্থন প্ৰত্যাহাৰ

Apply Now

চুৰাটৰ এখন আদালতে মোডী উপাধি অৱমাননাৰ মানহানিৰ গোচৰত কেৰালাৰ ৱায়নাৰৰ সাংসদ ৰাহুলক দোষী সাব্যস্ত কৰে। চুৰাট আদালতৰ দণ্ডাধীশে তেওঁক দুবছৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তেওঁ এসময়ত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অধিবক্তা আছিল। সেই শাস্তিৰ বাবেই ৰাহুলৰ সাংসদ পদ নাকচ হৈছিল।

আনকি, পৰৱৰ্তী লোকসভা নিৰ্বাচনত ৰাহুলৰ স্থিতি সম্পৰ্কেও অনিশ্চয়তাই দেখা দিছিল। কিন্তু শুকুৰবাৰে চুৰাট আদালতে দিয়া শাস্তি স্থগিত ৰাখিছিল উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে ৰাহুলে পুনৰ সাংসদ পদ লাভ কৰাৰ পথ মসৃণ হৈ পৰিল।

লগতে পঢ়ক: চলন্ত চিফুং এক্সপ্ৰেছত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ; দুজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে ২০১৯ চনৰ ২৩ মাৰ্চত লোকসভা নিৰ্বাচনৰ বাবে কৰ্ণাটকত প্ৰচাৰ চলোৱাৰ সময়ত মোডীৰ উপাধিৰ ওপৰত মন্তব্য কৰাৰ বাবে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল চুৰাটৰ দণ্ডাধীশ আদালতে।

তাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮ নং অনুচ্ছেদ অনুসৰি ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰিছিল। জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(১) অনুসৰি কোনো অপৰাধত দোষী সাব্যস্ত হৈ দুবছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তি পালে সাংসদ বা বিধায়কে ততাতৈয়াকৈ পদ খালী কৰিব লাগে। সেই কাৰ্যকালৰ বাবে ৰাহুলক শাস্তি দিয়াৰ ফলত কেৱল সাংসদ পদ হেৰুৱাই নহয়, ছবছৰৰ বাবে ৰাহুলৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাটোৰুদ্ধ হৈ পৰিছিল।

পিছত চুৰাট আদালতৰ ৰায়দান চুৰাট চেচনছ কোৰ্ট আৰু গুজৰাট উচ্চ ন্যায়ালয়েও সমৰ্থন কৰিছিল। কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশে ২০২৪ চনত ৰাহুলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথো মুকলি কৰি দিছে। কাৰণ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(৩) অনুসৰি শাস্তিৰ ম্যাদ দুবছৰতকৈ এদিন কম হ’লেও দোষী প্ৰতিনিধিৰ পদ খাৰিজ কৰা নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd