• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলন্ত চিফুং এক্সপ্ৰেছত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ; দুজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 10:19 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলন্ত ৰে’লত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উঠিছে। এই ঘটনাৰ পিছতে ৰে’লৱেৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। এক্সপ্ৰেছ ৰে’লতেই এনে এক ঘটনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, যুৱতীগৰাকীক খালী ডবাত পাই দুজন যুৱকে ধৰ্ষণ কৰিছিল।

ভুক্তভোগী যুৱতীগৰাকীয়ে পিছত ষ্টেচনত নামি জি আৰ পি’ৰ ওচৰত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু খালী ডবাত এগৰাকী মহিলা কিয় সুৰক্ষিত নহয় তাকলৈ প্ৰশ্ন উত্থাপন হৈছে।

নিৰ্যাতিতা যুৱতীগৰাকীয়ে জি আৰ পিক দিয়া বক্তব্য অনুসৰি, ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ অসমৰ কোকৰাঝাৰত। তেওঁ গুৱাহাটীৰ পৰা চিফুং এক্সপ্ৰেছত উঠিছিল। সেই ৰে’লযোগে তেওঁ আলিপুৰদুৱাৰলৈ আহি আছিল। কিছু সময়ৰ পাছত বাকী যাত্ৰীসকল নামি যোৱাত তেওঁ থকা ডবাটো খালী হৈ পৰে।

Apply Now

ইয়াৰ পাছতে যুৱক দুজনে যুৱতীগৰাকীৰ মুখ বন্ধ কৰি ইজনৰ পিছত সিজনে ধৰ্ষণ কৰে। ৰে’লখন চলি থকাৰ বাবে কোনোমতে এই নিৰ্যাতনত বাধা দিব পৰা নগ’ল। চলন্ত ৰে’লতে সংঘটিত হ’ল দলবদ্ধ ধৰ্ষণ।

তাৰ পাছত ষ্টেচনত নামি পলাবলৈ বিচাৰে অভিযুক্ত। কিন্তু অভিযোগ পোৱাৰ লগে লগে যুৱক দুজনক কৰায়ত্ত কৰা হয়। এই ঘটনাৰ পিছত ৰে’ল যাত্ৰীৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। এই সমগ্ৰ ঘটনা সংঘটিত হৈছে আলিপুৰদুৱাৰত।

ভুক্তভোগী যুৱতীৰ মতে, তেতিয়া মাজনিশা আছিল। অসমৰ শেষ ষ্টেচন শ্ৰীৰামপুৰৰ পৰা চিফুং এক্সপ্ৰেছেৰে আহি আছিল। কিন্তু বংগত প্ৰৱেশ কৰাৰ পিছত নিজ নিজ ষ্টেচনত যাত্ৰী নামি যোৱাৰ পিছত ৰে’লখন খালী হৈ পৰে। আৰু চিফুং এক্সপ্ৰেছ চলি আছিল যদিও ৰে’লৰ ডবাটো খালী হৈ পৰিছিল।

সেই ডবাটোতে যুৱক দুজন আছিল। খালী ডবা আৰু ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ সিহঁতে যুৱতীগৰাকীৰ মুখ বন্ধ কৰি ধৰে আৰু তাৰ পিছত ধৰ্ষণ কৰে। এই কাম কৰি যুৱক দুজন পলাবলৈ চেষ্টা কৰে। তাৰ পাছত যুৱতীগৰাকীয়ে আলিপুৰদুৱাৰ ষ্টেচনত নামি জি আৰ পিক অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত  অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হয়।

জি আৰ পিৰ সূত্ৰ অনুসৰি, ভুক্তভোগীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত তালাচী আৰম্ভ কৰা হয়। তালাচী চলি থকাৰ সময়তে অভিযুক্ত যুৱক দুজনে ৰে’লৰ পৰা নামি কোচবিহাৰ অভিমুখে পলায়ন কৰে। কিন্তু তেতিয়ালৈকে জি আৰ পিয়ে তেওঁলোকক চিনি পায়। আৰু খেদি গৈ মাজ ৰাস্তাত সিহঁতক কৰায়ত্ত কৰে।

সেই দুজনৰ ভিতৰত এজনৰ নাম নয়নাল আব্দুল। আন জনৰ নাম মইনুল হক।  দুয়োজনক গ্ৰেপ্তাৰ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd