• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সম্পর্ক গঢ়িলেও ‘পত্নী’ৰ লেখীয়া কাকো বিচাৰি নাপালো’; প্ৰেম জীৱনৰ গোপন ৰহস্য মুকলি কৰিলে ৰতন টাটাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 12:14 pm
ৰতন টাটা-বৰ্তমান আৰু ডেকাকালৰ। ফটো: সংগ্ৰহীত।

ৰতন টাটা-বৰ্তমান আৰু ডেকাকালৰ। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনে নাজানে প্ৰবীণ উদ্যোগপতি ৰতন টাটাক। দেশৰ অন্যতম পুৰণি আৰু বৃহৎ ব্যৱসায়িক সংস্থা টাটাই আজি যি উচ্চতাত উপনীত হৈছে, তাত ৰতন টাটাৰ অৱদান সকলোৰে অৱগত। তেওঁ নিজৰ সৰলতাৰ বাবেও পৰিচিত। তদুপৰি, আজিৰ বহু যুৱ উদ্যোগীৰ বাবে এক অনুপ্ৰেৰণা। সেয়ে, ৰতন টাটাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈও সকলোৰে বিৰাট কৌতুহল আছে।

শেহতীয়াকৈ তেওঁ এটা সাক্ষাৎকাৰত কয় যে তেওঁ আমেৰিকাৰ লছ এঞ্জেলছত এগৰাকী নাৰীৰ প্ৰেমত পৰিছিল আৰু বিয়া হোৱাটো আছিল প্ৰায় নিশ্চিত…. তথাপিও বিয়াখন নহ’ল। টাটাই লগতে কয় যে তাৰপিছত তেওঁ আন সম্পৰ্কত জড়িত হৈ পৰিলেও তেওঁ আন কাকো ‘পত্নী’ হিচাপে গ্ৰহণ কৰিব নোৱাৰিলে।

লগতে পঢ়ক: নীলা-সেউজীয়া ৰঙৰ বৰ্ণচ্ছটা! চন্দ্ৰৰ কক্ষপথত উপনীত হৈয়েই প্ৰথম ছবি প্ৰেৰণ চন্দ্ৰযান-৩ৰ (ভিডিঅ’)

Apply Now

‘হিউমেনছ অৱ বম্বে’ৰ দিয়া এক সাক্ষাৎকাৰত ৰতন টাটাই নিজৰ প্ৰেমক লৈ নিজৰ মৌনতা ভংগ কৰে। তেওঁ কয় যে বিয়াখন প্ৰায় ঠিকেই হৈছিল… কিন্তু শেষত নহ’ল। আইতাৰ অসুস্থতাৰ বাবে ঘৰলৈ উভতি যাবলগীয়া হৈছিল টাটা।

দেশৰ অন্যতম শীৰ্ষ উদ্যোগপতিগৰাকীয়ে কয় যে ১৯৬২ চনত চীন-ভাৰত যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই সম্পৰ্ক ভাঙি যায়, কিয়নো সেই অশান্ত পৰিস্থিতিৰ সময়ছোৱাত পিতৃ-মাতৃয়ে তেওঁৰ প্ৰেমিকাক ভাৰতলৈ আহিবলৈ নিদিলে। সময়ৰ নিয়ম মতেই দীঘলীয়া দূৰত্বৰ বাবে লাহে লাহে ইজনে সিজনৰ পৰা আঁতৰি গ’ল।

লগতে পঢ়ক: এনে পত্নী আৰু এনে সেৱকৰ সৈতে বাস কৰাটো মৃত্যুৰ সমান! চাওক কি কৈছে চাণক্য নীতিয়ে

টাটাই কয়, ‘তাৰ পিছতো আৰু কিছুমান সম্পৰ্কত জড়িত হৈ পৰিছো। কিন্তু ‘পত্নী’ বুলি ক’ব পৰা কাকো বিচাৰি পোৱা নাই। ইয়াৰ পিছত মোৰ জীৱনটো নিজেই এক সংগ্ৰামত পৰিণত হ’ল। মই অনবৰতে ব্যৱসায়ত ব্যস্ত হৈ পৰিছো। মোৰ নিজেই নিজকে দিবলৈ সময়ৰ অভাৱ হৈছিল। কিন্তু আজি যেতিয়া পিছলৈ উভতি চাওঁ, মই  একো আক্ষেপ নকৰো, এক চেকেণ্ডৰ বাবেও নকৰো।‘

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am
কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd