• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দ্বিতীয়বাৰ মাতৃ হোৱাৰ আগতেই গৰ্ভপাত! বেয়া খবৰ দিলে ৰাণী মুখাৰ্জীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2023 6:49 pm
19.4k
VIEWS
Share on FacebookShare on Twitter

আদিত্য চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰে পৰা বলীউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জীক অভিনয় জগতখনক কমকৈ দেখিবলৈ পোৱা গ’ল।

বৰ্তমান ৰাণী এগৰাকী কন্যা সন্তানৰ মাতৃ। ৰাণীয়ে একমাত্ৰ সন্তান আদিৰা চোপ্ৰাক ডাঙৰ-দীঘল কৰাত ব্যস্ত।

কিন্তু প্ৰথম সন্তানৰ পিছত দ্বিতীয় সন্তানৰ বাবে মাতৃ হোৱাৰ পৰিকল্পনা আছিল ৰাণীৰ। কিন্তু ভাগ্যই কাঢ়ি লৈ ​​গ’ল দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ সুখ। এই দুখৰ খবৰটো অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে।

শেহতীয়াকৈ মেলবৰ্ণত আয়োজন কৰা হৈছে ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩। বৃহস্পতিবাৰে তাত মুখ্য বক্তা হিচাপে উপস্থিত আছিল ৰাণী। তাত ৰাণী মুখাৰ্জীয়ে ক’লে যে গৰ্ভাৱস্থাৰ পঞ্চম মাহত গৰ্ভপাত হৈছিল। 

এই ঘটনা তিনি বছৰ পুৰণি। ২০২০ চনত দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হয় ৰাণী। আচলতে ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ ছবিখনৰ শ্বুটিং সেই সময়ত আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু ৰাণীয়ে ভাবিছিল যে যদি সকলোৰে সন্মুখত নিজৰ গৰ্ভপাতৰ কথা প্ৰকাশ কৰে তেন্তে সকলোৱে ভাবিব যে তাই ছবিখনৰ প্ৰচাৰৰ বাবে এই কাম কৰিছে।

শেহতীয়াকৈ বিজনেছ টুডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাণীয়ে কয়, ‘হয়তো এই বিষয়ে মই প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে কথা ক’ব বিচাৰিছো। কাৰণ আজিকালি আমি যিয়েই নকৰোঁ যিয়েই নহওক কিয় সকলোৱে ছবিখনৰ প্ৰচাৰৰ স্বাৰ্থত আমি কৈছো বা কৰিছো বুলি ভাবে। সেয়ে মোৰ ছবিখনৰ প্ৰচাৰৰ সময়ত মই ইচ্ছাকৃতভাৱে এই কথা কোৱা নাছিলো। 

ৰাণীয়ে লগতে কয় যে দ্বিতীয়টো গৰ্ভপাতৰ ১০ দিনৰ পিছত প্ৰযোজক নিখিল আদৱানীয়ে তেওঁক ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ ছবিখনৰ প্ৰস্তাৱ দিছিল। 

Recent News

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd