• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা গঁড়ৰ ‘চোৰাংচিকাৰী’ক চিৰাঙত গুলীয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2023 12:51 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

352
VIEWS
Share on FacebookShare on Twitter

গঁড় চোৰাং চিকাৰৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এজন লোকক চিৰাঙত অসম আৰক্ষীৰ এটা দলে জিম্মাৰ পৰা “পলায়ন” কৰিবলৈ চেষ্টা কৰাৰ সময়ত গুলীয়াই হত্যা কৰে। বাতৰি অনুসৰি, নৰেশ্বৰ বসুমতাৰী নামৰ সন্দেহযুক্ত চোৰাং চিকাৰীজনে পলায়ন কৰিবলৈ চেষ্টা কৰাৰ পিছতে আৰক্ষীয়ে এইদৰে গুলীয়াই নিহত কৰে।

উল্লেখ্য যে ভাৰত-ভূটান সীমান্তৰ সমীপত গ্ৰেপ্তাৰ হোৱা তিনিজন চোৰাং চিকাৰৰ অভিযুক্তৰ ভিতৰত আছিল বসুমতাৰী।

নৰেশ্বৰ বসুমতাৰীৰ লগতে বীৰন নাৰ্জাৰী আৰু বাহাদুৰ মাগাৰক এক যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: শিৱসাগৰত মহিলাক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

চিৰাং বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছিল তেওঁলোকক।

জানিব পৰা গৈছে যে গ্ৰেপ্তাৰৰ পিছত অভিযুক্তসকলে স্বীকাৰোক্তি দিয়ে যে শেহতীয়াকৈ মানাস ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ দুটা ঘটনাত তেওঁলোক জড়িত আছিল।

বিভাগে লগতে তেওঁলোকৰ পৰা বাৰুদসহ এটা হস্তনিৰ্মিত বন্দুক আৰু গঁড়ৰ শৰীৰৰ অংগ জব্দ কৰে।

পিছত তেওঁলোকৰ জিম্মা অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চক অৰ্পণ কৰা হয়।

লগতে পঢ়ক: কাছাৰৰ ঢলাইত মাদ্ৰাছাৰ ভিতৰত ছাত্ৰৰ মূণ্ডছেদ কৰা মৃতদেহ উদ্ধাৰ

জিম্মাত লোৱাৰ পিছত এছটিএফে তেওঁলোকক ভাৰত-ভূটান সীমান্তলৈ লৈ যায় আৰু তেওঁলোকৰ সৈতে জড়িত আন অভিযুক্তৰ সন্ধান চলায়।

বাতৰি অনুসৰি, সেই স্থান পৰিদৰ্শন কৰাৰ সময়তে নৰেশ্বৰে জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল।

Stay safe. @assampolice is with you. pic.twitter.com/tvzP8CZojM

— GP Singh (@gpsinghips) August 14, 2023

অভিযোগ অনুসৰি তেওঁ এই প্ৰচেষ্টাৰ সময়ত তেওঁ আৰক্ষীক আক্ৰমণ কৰিছিল যাৰ বাবে আৰক্ষীয়ে “নিয়ন্ত্ৰিত গুলীচালনাৰ” আশ্ৰয় ল’বলগীয়া হৈছিল।

গুলীত আহত নৰেশ্বৰক চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয়।

Recent News

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd