• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰি শতাধিক খেলুৱৈৰ অংশগ্ৰহণেৰে গুৱাহাটী চিটি এফ চিৰ ট্ৰায়েল সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 10:16 am
guwahati-city-fc
93
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ মুঠ ৪৩৩ গৰাকী খেলুৱৈৰ অংশগ্ৰহণেৰে ৫ মে’ৰ পৰা দুদিনীয়াকৈ কাঁহিকুছিৰ উদ্যানশস্য গৱেষণা প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈ যায় গুৱাহাটী চিটী এফ চি চমুকৈ জি চি এফ চিৰ অনুৰ্ধ ১৮ দলৰ ট্ৰায়েল।

দেওবাৰে সমাপ্ত হোৱা ট্ৰায়েলত অসমৰ ২২৭ গৰাকী আৰু উত্তৰ-পূবৰ অন্য ৰাজ্যৰ লগতে গুজৰাট, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ২০৬ গৰাকী খেলুৱৈয়ে অংশ লয় বুলি ক্লাবৰ সঞ্চালক কৌস্তৱ চক্ৰৱৰ্তীয়ে এক বিবৃতিযোগে জানিবলৈ দিয়ে।

স্থানীয় প্ৰতিভাক এক মঞ্চ দিয়া আৰু বয়স ভিত্তিক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত প্ৰতিনিধিত্ব কৰাৰ লক্ষ্যৰে জি চি এফ চিয়ে বয়সভিত্তিক দল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু তাৰ অংশ হিচাপেই স্পৰ্টছক্ৰাফট মেনেজমেণ্টৰ সহযোগত অনুৰ্ধ ১৮ দলৰ বাবে ট্ৰায়েল অনুষ্ঠিত কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

এই দলটোৱে স্থানীয়, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় যুৱ প্ৰতিযোগিতাসমূহত ক্লাবক প্ৰতিনিধিত্ব কৰাৰ লগতে অনুৰ্ধ আই লীগতো প্ৰতিদ্বণ্ডিতা কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ উপৰি জি চি এফ চিয়ে শীঘ্ৰে অনুৰ্ধ ১৩ আৰু অনুৰ্ধ ১৫ দলো গঠন কৰিব বুলি ক্লাবৰ সঞ্চালকগৰাকীয়ে জনায়।

একেদৰে মহানগৰীৰ বিভিন্ন স্থানত ছকাৰ স্কুল, এখন ফুটবল একাডেমি স্থাপনৰ প্ৰক্ৰিয়াও ক্লাবে আৰম্ভ কৰা বুলি সদৰী কৰে।

আনহাতে সৰ্বাভাৰতীয় বেবী লীগৰ আৰ্হিত জি চি এফ চিয়ে ৰাজ্যৰ ৬ৰ পৰা ১৩ বছৰৰ খেলুৱৈৰ বাবে এক পেছাদাৰী লীগো আৰম্ভ কৰিব বুলি বিবৃতিটোত জনায়।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd