• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ আগষ্টৰ পৰা ৫০ টকা দৰত বিলাহী কিনিব পাৰিব ৰাইজে – কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2023 8:39 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

বিলাহীৰ দামে মাধমাৰ সোধাইছে সাধাৰণ ৰাইজৰ মূৰত। আজি প্ৰায় দুমাহ ধৰি বিলাহীৰ মূল্যবৃদ্ধি হৈয়েই আছে। গুৱাহাটী মহানগৰীত আজিও ১৪০ ৰ পৰা ১৬০ টকাত বিক্ৰী হৈ আছে বিলাহী।

কিন্তু ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ পৰাই পাইকাৰী বজাৰত প্ৰতি কেজিত ৫০ টকাকৈ বিক্ৰী হ’ব বিলাহী। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন (এন চি চি এফ) আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনক প্ৰতি কেজিত ৫০ টকাৰ হাৰত পাইকাৰী বজাৰত বিলাহী বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে। বিলাহীৰ মূল্য হ্ৰাস কৰাৰ বাবে গ্ৰাহক সুৰক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এনচিচিএফ আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনে দিল্লী-এনচিআৰ, ৰাজস্থানৰ জয়পুৰ আৰু কোটা, লক্ষ্ণৌ, কানপুৰ, বাৰাণসী আৰু উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ আৰু বিহাৰৰ পাটনা, মুজাফৰপুৰ, আৰাহ আৰু বাক্সাৰত বিলাহী বিক্ৰী কৰিব। 

ইতিমধ্যে এনচিচিএফে দিল্লীৰ ৭০টা স্থানত আৰু নয়ডাৰ ১৫টা স্থানত বিলাহী বিক্ৰীৰ বাবে ভ্ৰাম্যমান দোকান মুকলি কৰিছে। 

ইতিমধ্যে এনচিচিএফ আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পাইকাৰী বজাৰৰ পৰা বিলাহী ক্ৰয় কৰিছে। এই দুয়োটা সংস্থাই যৌথভাৱে ১৩ আগষ্টলৈকে ১৫ লাখ কেজি বিলাহী ক্ৰয় কৰিছে।

Recent News

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd