• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মালয়েছিয়াত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত; কমেও ১০ জন লোক নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2023 5:22 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মালয়েছিয়াৰ পশ্চিম উপকূলীয় প্ৰদেশ চেলানগৰৰ এলমিনা চহৰত এখন সৰু যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ২:৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। চেলানগৰ আৰক্ষী অধীক্ষক ডাটুক হোছেইন ওমৰ খানে এই কথা সদৰী কৰে।

মালয়েছিয়াৰ সংবাদ মাধ্যম দ্য ষ্টাৰে জনোৱা মতে, এলমিনা চহৰৰ এটা পথত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। তাত এখন গাড়ী আৰু এখন মটৰ চাইকেল বিমানখনৰ চেপাত বিধ্বস্ত হৈ পৰে।

চেলানগৰ আৰক্ষী অধীক্ষক ডাটুক হোছেইন ওমৰ খানে কয় যে, ‘আমি বিমানখনৰ ভিতৰত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে কমেও দুজন ক্ৰু মেম্বাৰ আৰু ছয়জন যাত্ৰী পাইছো, সেই সকলোৰে থিতাতে মৃত্যু ঘটিছে।

Apply Now

লগতে পঢ়ক: সম্পদ ‘হৰলুকী’ৰ অভিযোগত কৰ্মচাৰীক বৰ্খাস্ত কৰিলে ব্ৰিটিছ মিউজিয়ামে

তেওঁ কয় যে বিমানখনৰ ধ্বংসাৱশেষৰ খুন্দাত পথত এজন গাড়ী চালক আৰু এজন মটৰ চাইকেল আৰোহীৰো মৃত্যু হয়। কিন্তু গাড়ীৰ ভিতৰত আৰু মানুহ আছিল নেকি আমি এতিয়াও নিশ্চিত নহয়। নিহতসকলৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ক্লাঙৰ টেংকু আম্পুয়ান ৰহিমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

দেশখনৰ পৰিবহণ সংস্থা জেটভ্যালেট এছডিএন বিএইচডিৰ দ্বাৰা পৰিচালিত বিমানখনে দুপৰীয়া ২বাজি ৮ মিনিটত লংকাউই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। সৰু বিমানখন চুবাঙৰ চুলতান আব্দুল আজিজ শ্বাহ বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল।

সংস্থাটোৱে জনোৱা মতে, বিমানখনে চুবাঙৰ চুলতান আব্দুল আজিজ শ্বাহ বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কন্ট্ৰোল টাৱাৰৰ সৈতে প্ৰথম যোগাযোগ কৰে দুপৰীয়া ২.৪৭ বজাত। আৰু বিমানখন ২:৪৮ বজাত অৱতৰণ কৰিবলৈ ক্লিয়াৰেন্স পায়। চুলতান আব্দুল আজিজ শ্বাহ বিমানবন্দৰত অৱতৰণৰ নিৰ্ধাৰিত সময় আছিল ২:৫১ বজাত।

লগতে পঢ়ক:স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী ভাতকেৰেলা; দুটা জটিল ৰোগকে ধৰি বহু ৰোগ প্ৰতিৰোধী পাচলি

দেশৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জনোৱা মতে, দুপৰীয়া ২:৫১ বজাত নিয়ন্ত্ৰণ টাৱাৰৰ বিষয়াসকলে দুৰ্ঘটনাস্থলীৰ পৰা ধোঁৱা ওলোৱা দেখা পায়। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত পাইলটে কোনো জৰুৰীকালীন ফোন কৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd