• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দক্ষিণ এছিয়া বেডমিণ্টনত অসমৰ অস্মিতা চলিহাৰ বিজয় সাব্যস্ত

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 9, 2017 1:24 pm
210
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনদ’ৰ ষ্টেডিয়ামত ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা প্ৰথম দক্ষিণ এছিয়া বেডমিণ্টন প্ৰতিযোগিতাৰ অন্তিম দিনা অসমৰ অস্মিতা চলিহাই মহিলা ছিংগল আৰু ডাবল দুয়োটা শাখাতে বিজয়ীৰ খিতাপ অৰ্জন কৰে। ছিংগলছত অস্মিতাই ভাৰতৰে আকাশী কাশ্যপক ২১-১৬, ১৫-২১, ২১-১৪ ছেটত পৰাস্ত কৰাৰ লগতে ডাবলছ শাখাত অস্মিতা আৰু মিথুলাৰ যুটিয়ে মালদীপছৰ ফেথমাথ নাবেহা আৰু অমিনাথ নাবেহাৰ যুটিক ২১-১০, ২১-৭ ছেটত পৰাস্ত কৰে।

কালিৰ সামৰিণ অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী তথা অসম বেডমিণ্টন সংস্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানতে দক্ষিণ এছিয়া বেডমিণ্টন সংস্থা নামেৰে এক নতুন বেডমিণ্টন সংস্থা গঠন কৰা হয়।

‘এই সংস্থাটোৱে ভাৰতৰ লগতে সমগ্ৰ অঞ্চলটোত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।‘ বুলি কয় মন্ত্ৰী শৰ্মাই। তেওঁ লগতে কয় ‘আমি এই উদ্দেশ্যেৰে আমাৰ অন্তগাঁঠনিৰ লগতে বিশেষজ্ঞৰ যোগাৰ ধৰিবলৈ প্ৰস্তুত আছো।‘

উল্লেখযোগ্য যে অলপতে ভাৰত বেডমিণ্টন সংস্থাৰ অন্তৱৰ্তীকালীন সভাপতি হিচাপে নিয়োজিত হিমন্ত বিশ্ব শৰ্মাই কালি গঠিত হোৱা দক্ষিণ এছিয়া বেডমিণ্টন সংস্থাৰো সভাপতি দায়িত্ব গ্ৰহণ কৰে।           

Recent News

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd