• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

শ্ৰীলংকান শিবিৰত অথন্তৰ, ভাৰতলৈ সকাহ! ফাইনেলৰ পূৰ্বে বাহিৰ আন এক লংকান তাৰকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 3:45 pm
Asia Cup final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অনুষ্ঠিত হ’ব চলিত এছিয়া কাপ টুৰ্ণামেণ্টৰ ফাইনেল। এছিয়াৰ শ্ৰেষ্ঠত্ব অৰ্জনৰ লক্ষ্যৰে কাইলৈ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু শ্ৰীলংকা। এছিয়া কাপৰ ইতিহাসৰ এই দুই সফল দলে কাইলৈ কলম্বোত প্ৰতিদ্বন্দিতা আগবঢ়াব।

পিছে ভাৰতৰ বিৰুদ্ধে ফাইনেলৰ প্ৰাকক্ষণত এক বৃহৎ আঘাতৰ সন্মুখীন হৈছে ঘৰুৱা দল শ্ৰীলংকা। তাৰকা স্পিনাৰ মহীশ থিকছানা হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে বাহিৰ হৈছে দলৰ পৰা। এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছে লংকান শিবিৰ।

Apply Now

বৃহস্পতিবাৰে পাকিস্তানৰ বিপক্ষে শ্ৰীলংকাৰ গুৰুত্বপূৰ্ণ মেচৰ সময়ত ফিল্ডিং কৰি থকা অৱস্থাত সোঁফালৰ হেমষ্ট্ৰিঙৰ সমস্যাত ভুগিছিল থিকছানাই। এই আঘাত গুৰুতৰ হোৱাৰ বাবে থিকছানা ফাইনেলৰ বাবে উপলব্ধ নহ’ব।

এই মেচখনত শ্ৰীলংকাই বলিং কৰি থকাৰ সময়তে একাধিকবাৰ খেলপথাৰৰ পৰা ওলাই আহিছিল থিকছানাই। তেতিয়াই অনিশ্চিত হৈ পৰিছিল ফাইনেলৰ বাবে ঘৰুৱা দলটোৰ মূল একাদশত থিকছানাৰ স্থান।

থিকছানাৰ এই আঘাতে শ্ৰীলংকান শিবিৰত অথন্তৰৰ সৃষ্টি কৰিছে। ইতিপূৰ্বেই টুৰ্ণামেণ্টখনত দলটো অৱতীৰ্ণ হৈছিল দলটোৰ মূল কেইগৰাকীমান তাৰকা ৱানিন্দু হাছাৰংগা, দুষমন্ত চমীৰা, লাহিৰু মদুশংকা আৰু লাহীৰু কুমাৰাৰ দৰে খেলুৱৈৰ অবিহনে।

অৱশ্যে এছিয়া কাপৰ ফাইনেলত উপলব্ধ নহ’ব যদিও থিকছানা আগন্তুক ক্ৰিকেট বিশ্বকাপৰ বাবে দললৈ ঘূৰি আহিব বুলি আশা কৰা হৈছে। ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত স্পীন সহায়ক পিটছত থিকছানা শ্ৰীলংকাৰ এক গুৰুত্বপূৰ্ণ অস্ত্ৰ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, চলিত বৰ্ষত এদিনীয়া ফৰ্মেটত শ্ৰীলংকাৰ হৈ এইপৰ্যন্ত সৰ্বাধিক উইকেট দখল কৰিছে থিকছানাই। ১৫খন মেচত ১৭.৪৫ গড়ে ৩১টা উইকেট দখল কৰিছে তাৰকা স্পিনাৰগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd