• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰীলংকান শিবিৰত অথন্তৰ, ভাৰতলৈ সকাহ! ফাইনেলৰ পূৰ্বে বাহিৰ আন এক লংকান তাৰকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 3:45 pm
Asia Cup final
7.3k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অনুষ্ঠিত হ’ব চলিত এছিয়া কাপ টুৰ্ণামেণ্টৰ ফাইনেল। এছিয়াৰ শ্ৰেষ্ঠত্ব অৰ্জনৰ লক্ষ্যৰে কাইলৈ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু শ্ৰীলংকা। এছিয়া কাপৰ ইতিহাসৰ এই দুই সফল দলে কাইলৈ কলম্বোত প্ৰতিদ্বন্দিতা আগবঢ়াব।

পিছে ভাৰতৰ বিৰুদ্ধে ফাইনেলৰ প্ৰাকক্ষণত এক বৃহৎ আঘাতৰ সন্মুখীন হৈছে ঘৰুৱা দল শ্ৰীলংকা। তাৰকা স্পিনাৰ মহীশ থিকছানা হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে বাহিৰ হৈছে দলৰ পৰা। এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছে লংকান শিবিৰ।

বৃহস্পতিবাৰে পাকিস্তানৰ বিপক্ষে শ্ৰীলংকাৰ গুৰুত্বপূৰ্ণ মেচৰ সময়ত ফিল্ডিং কৰি থকা অৱস্থাত সোঁফালৰ হেমষ্ট্ৰিঙৰ সমস্যাত ভুগিছিল থিকছানাই। এই আঘাত গুৰুতৰ হোৱাৰ বাবে থিকছানা ফাইনেলৰ বাবে উপলব্ধ নহ’ব।

এই মেচখনত শ্ৰীলংকাই বলিং কৰি থকাৰ সময়তে একাধিকবাৰ খেলপথাৰৰ পৰা ওলাই আহিছিল থিকছানাই। তেতিয়াই অনিশ্চিত হৈ পৰিছিল ফাইনেলৰ বাবে ঘৰুৱা দলটোৰ মূল একাদশত থিকছানাৰ স্থান।

থিকছানাৰ এই আঘাতে শ্ৰীলংকান শিবিৰত অথন্তৰৰ সৃষ্টি কৰিছে। ইতিপূৰ্বেই টুৰ্ণামেণ্টখনত দলটো অৱতীৰ্ণ হৈছিল দলটোৰ মূল কেইগৰাকীমান তাৰকা ৱানিন্দু হাছাৰংগা, দুষমন্ত চমীৰা, লাহিৰু মদুশংকা আৰু লাহীৰু কুমাৰাৰ দৰে খেলুৱৈৰ অবিহনে।

অৱশ্যে এছিয়া কাপৰ ফাইনেলত উপলব্ধ নহ’ব যদিও থিকছানা আগন্তুক ক্ৰিকেট বিশ্বকাপৰ বাবে দললৈ ঘূৰি আহিব বুলি আশা কৰা হৈছে। ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত স্পীন সহায়ক পিটছত থিকছানা শ্ৰীলংকাৰ এক গুৰুত্বপূৰ্ণ অস্ত্ৰ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, চলিত বৰ্ষত এদিনীয়া ফৰ্মেটত শ্ৰীলংকাৰ হৈ এইপৰ্যন্ত সৰ্বাধিক উইকেট দখল কৰিছে থিকছানাই। ১৫খন মেচত ১৭.৪৫ গড়ে ৩১টা উইকেট দখল কৰিছে তাৰকা স্পিনাৰগৰাকীয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd