• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

হিন্দু বাংলাদেশী : অসম চৰকাৰৰ আদৰণিৰ বিপৰীতে মেঘালয় চৰকাৰৰ স্পষ্ট প্ৰত্যাখ্যান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2018 9:04 pm
Prestone-Tynsong
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ বিজেপি সমৰ্থিত চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰি আজি কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত নাগৰিক আৰু দল-সংগঠনৰ মতামত ল’বলৈ বৰ্তমান অসমত শুনানি লৈ থকা যুটীয়া সংসদীয় কমিটীয়ে অহা ১০ আৰু ১২ তাৰিখত ৰাজ্যখন ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ আগে আগে আজি মেঘালয় চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি বিধেয়কখনৰ দিশবোৰ পুংখানুপুংখভাৱে আলোচনা কৰাৰ অন্তত এটা সৰ্বসন্মত সিদ্ধাত উপনীত হয়।

Apply Now

“আমি বিধেয়কখন নালাগে বুলি ক’ম।” বৈঠকৰ পৰা ওলাই সাংবাদিকৰ আগত এইদৰে কয় উপ-মুখ্য মন্ত্ৰী প্ৰেছটন টাইনছঙে।

“চৰকাৰৰ ফালৰ পৰা আমাৰ স্থিতি একেবাৰে স্পষ্ট। কেবিনেটে এই সিদ্ধান্ত তেওঁলোকক (যুটীয়া সংসদীয় সমিতিক) জনাব।” প্ৰেছটন টাইনছঙে কয়।

তেওঁ বিধেয়কখনক ‘বিপজ্জনক’ আখ্যা দি কয় মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলটোক বাংলাদেশ, নেপাল, চীন আৰু ম্যানমাৰে আগুৰি আছে। যদিহে বিধেয়কখনত সমৰ্থন জনোৱা হয় তেন্তে এজন খ্ৰীষ্টান বা হিন্দুৱে কেনেবাকৈ যদি ছবছৰ ভাৰতত থাকে, তেওঁ ভাৰতীয় নাগৰিক হ’ব পাৰিব।

এই বিলখনে মেঘালয়ৰ দৰে এখন সৰু জনজাতীয় ৰাজ্যক একো সহায় নকৰে।

উল্লেখযোগ্য যে ২০১৬ চনৰ ১৯ জুলাইত সংসদত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনে সমগ্ৰ দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। এই বিধেয়কখনৰ মতে চুবুৰীয়া দেশবোৰৰ পৰা ২০১৪ চনৰ, ৩১ ডিচেম্বৰ পৰ্য্যন্ত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, আৰু খ্ৰীষ্টান লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। যদিও কোনো নথি-পত্ৰ নাথাকেও, তেতিয়াও নাগৰিকত্ব লাভ কৰিব।

অহা ১০ আৰু ১১ তাৰিখে শুনানিৰ বাবে লোকসভাৰ সাংসদ ৰাজেন্দ্ৰ আগ্ৰৱালৰ নেতৃত্বত অহা যুটীয়া সংসদীয় সমিতিয়ে ৰাজ্যখন ভ্ৰমণ কৰাৰ প্ৰাকমুহূৰ্তত এই সিদ্ধান্ত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। জানিব পৰামতে, সংসদীয় সমিতিখনে বিধেয়কখন সন্দৰ্ভত প্ৰব্ৰজনকাৰী/বেচৰকাৰী সংস্থা/নাগৰিক আৰু অন্যান্য স্বাৰ্থজড়িত পক্ষৰ মত ল’ব।

উল্লেখযোগ্য যে মেঘালয়ৰ এন পি পি নেতৃত্বাধীন এম ডি এ চৰকাৰত সহযোগী দল হিচাপে য়ু ডি পি, পি ডি এফ, এইচ্ছ এছ পি ডি পিৰ লগতে বিজেপিও আছে।

মন কৰিব লগীয়া কথাটো হ’ল- হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াত অসম চৰকাৰে আৰ এছ এছ আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ শ্ৰুতলিপি মতে সমৰ্থন কৰাৰ বিপৰীতে মেঘালয় চৰকাৰে স্পষ্ট আৰু দৃষ্টান্তমূলক স্থিতি ল’লে।

আনহাতে অসমত চৰকাৰৰ সামগ্ৰিক স্থিতি স্পষ্ট ৰূপত মানুহে আজিলৈকে দেখিবলৈ নোপোৱাৰ বিপৰীতে সংসদীয় কমিটীৰ ভ্ৰমণৰ পূৰ্বেই বিষয়টোত চৰকাৰৰ স্থিতি কি হ’ব সেই সিদ্ধান্ত লৈ মেঘালয়ৰ চৰকাৰে আন এক অনুকৰণীয় উদাহৰণ দাঙি ধৰিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd