• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ; লুটি নিলে ১০ লাখ টকাৰ মূল্যৱান সামগ্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2023 12:50 pm
গুৱাহাটীত ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ; লুটি নিলে ১০ লাখ টকাৰ মূল্যৱান সামগ্ৰী

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নিশা গুৱাহাটীৰ বামুণীমৈদামত অস্ত্ৰধাৰী ডকাইতৰ দলে এজন ব্যৱসায়ীৰ ঘৰত তাণ্ডৱ চলাই ১০ লাখ টকাৰ গহনা, নগদ ধন, আৰু অন্যান্য মূল্যৱান সামগ্ৰী লুটি নিয়ে।

বাতৰি মতে, ছয়ৰ পৰা সাতজনীয়া ডকাইতৰ দলটোৱে ডেগাৰ লৈ ব্যৱসায়ী প্ৰাণজিত দাস আৰু তেওঁৰ পৰিয়ালৰ লোকক অজ্ঞাত পদাৰ্থ ছটিয়াই লুটপাত চলায়।

এই সন্দৰ্ভত চান্দমাৰী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: মাত্ৰ ৩ টকাত ৰুটি, ১০০ টকাত চিকেন বিৰিয়ানী! নতুন সংসদ ভৱনৰ কেন্টিনত খাদ্যৰ দাম কিমান?

জানিব পৰা মতে, দুচকীয়া বাহনত আহিছিল অভিযুক্তসকল।

এই কাণ্ডৰ পিছত স্থানীয় লোকে অঞ্চলটোত কোনো ধৰণৰ আৰক্ষীৰ টহল নথকাৰ অভিযোগ উত্থাপন কৰি লগতে কয় যে অঞ্চলটোত আৰক্ষীৰ উপস্থিতি অতি নগন্য।

এই ঘটনা সংঘটিত হোৱা অঞ্চলটো নুনমাটি আৰক্ষী থানা আৰু চান্দমাৰী আৰক্ষী থানাৰ ঠিক মাজত পৰে।

লগতে পঢ়ক: জিমত ৱৰ্কআউট কৰাৰ সময়ত কিয় হাৰ্ট এটেক হয়? মৃত্যুৰ আশংকাৰ পৰা হাত সাৰিবলৈ কি কৰিব?

অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am
মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am
বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

বৃহৎ সফলতা ইছোৰোৰ! উন্মোচন কৰিলে ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডেল

August 23, 2025 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd