• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

এছিয়ান গেমছ: এথলেটিকছত ভাৰতক প্ৰথমটো পদক উপহাৰ দিলে কিৰণে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2023 9:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাংঝ’ত অব্যাহত আছে ভাৰতীয় মহিলা খেলুৱৈৰ সাফল্যৰ ধাৰা। চমকপ্ৰদ প্ৰদৰ্শনেৰে ভাৰতক সফলতাৰ গৌৰৱেৰে গৌৰৱান্বিত কৰা মহিলা খেলুৱৈ এগৰাকীৰ জৰিয়তেই ভাৰতে চলিত এছিয়ান গেমছৰ এথলেটিকছত লাভ কৰিছে প্ৰথমটো পদক।

এছিয়ান গেমছৰ আজি ষষ্ঠ দিনা কিৰণ বালিয়ানে মহিলাৰ শ্বট পুটত ব্ৰঞ্জৰ পদক লাভ কৰি এছিয়ান গেমছ ২০২৩ত এথলেটিকছত ভাৰতৰ প্ৰথমটো পদক উপহাৰ দিয়ে।

Apply Now

কিৰণে ১৭.৩৬ মিটাৰ থ্ৰ’ৰ শ্ৰেষ্ঠ প্ৰচেষ্টাৰে ব্ৰঞ্জৰ পদক লাভ কৰে। চীনৰ অলিম্পিক চেম্পিয়ন লিজিয়াও গঙে ১৯.৫৮ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ লাভ কৰাৰ বিপৰীতে তেওঁৰে সতীৰ্থ চং জিয়ায়ুৱানে ১৮.৯২ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক অৰ্জন কৰে।

আনহাতে ফাইনেলত প্ৰৱেশ কৰা আন এগৰাকী ভাৰতীয় মনপ্ৰীত সিঙে ১৭.২৫ মিটাৰ থ্ৰ’ৰ শ্ৰেষ্ঠ প্ৰচেষ্টাৰে পঞ্চম স্থান দখল কৰে। আজি ভাৰতে প্ৰধানকৈ শ্বুটিঙত লাভ কৰে আশাব্যঞ্জক সাফল্য।

আজি ষষ্ঠ দিনালৈকে পদক তালিকাত ৮টা স্বৰ্ণ, ১২টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰে সৰ্বমুঠ ৩৩টা পদক দখলেৰে চতুৰ্থ স্থানত আছে ভাৰত। শ্বুটিঙত লাভ কৰা সাফল্যৰ পিছত পুৰুষৰ দলীয় স্কোৱাছতো পদক নিশ্চিত কৰিছে ভাৰতে।

অভয় সিং আৰু সৌৰভ ঘোষালে মালয়েছিয়ান প্ৰতিদ্বন্দীৰ বিপক্ষে জয়েৰে দলীয় শাখাৰ ফাইনেলত উপনীত হয়। ফাইনেলত ভাৰতীয় দল পাকিস্তানৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

ইফালে টেনিছৰ মিক্সড ডাবলছতো ফাইনেলত প্ৰৱেশ কৰিছে ৰোহন বোপান্না আৰু ৰুতুজা ভোছালৰ যুটীয়ে। মহিলা বাস্কেট বলৰ প্ৰথম ৰাউণ্ডত মঙ্গোলীয়াক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে ভাৰত।

মহিলা হকীতো ভাৰতে মালয়েছিয়াক ৬-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। পুৰুষৰ দলীয় শাখাৰ বেডমিণ্টনত ভাৰতে নেপালক পৰাস্ত কৰি আন এটা পদক নিশ্চিত কৰে।

ইফালে ভাৰতীয় বক্সিং তাৰকা নিখাত জাৰিনেও নিশ্চিত কৰিছে পদক। জৰ্ডানৰ নাছাৰ হানানক পৰাস্ত কৰি জাৰিনে পদক নিশ্চিত কৰাৰ লগতে পেৰিছ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰে।

অৱশ্যে এই সফলতাৰ মাজতে আশাহত হৈছে ভাৰতীয় টেবুল টেনিছ তাৰকা অচন্ত শৰথ কমল। অন্তিম ১৬ ৰ মেচত চাইনীজ টাইপেইৰ চিহ-য়ুৱান চুৱাঙৰ বিপক্ষে হাৰ মনাৰ পৰিণতিত কমলৰ পদক জয়ৰ আশা নিৰ্বাপিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd