• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংবাদিকৰ বিৰুদ্ধে অভিযানক ধিক্কাৰ অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 9:05 pm
raids against journalists
2k
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা দেশৰ কেইগৰাকীমান প্ৰসিদ্ধ সাংবাদিক আৰু সমাজকৰ্মীৰ দিল্লী আৰু মুম্বাইৰ বাসস্থানত দিল্লী পুলিচে চলোৱা আকস্মিক অভিযানক ধিক্কাৰ জনাইছে অসম নাগৰিক সমাজে।

এক বিবৃতি যোগে অসম নাগৰিক সমাজে এই ঘটনাত স্তম্ভিত হৈ পৰাৰ লগতে আশ্বৰ্য প্ৰকাশ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।

সাংবাদিক ক্ৰমে ভাসা সিং, উৰ্মিলেশ, প্ৰবীৰ পুৰকায়স্থ, পৰাঞ্জয় গুহ ঠাকুৰতা, অভিসাৰ শৰ্মা, অনিন্দ্য চক্ৰৱৰ্তী, মহেশ কুমাৰ সুবোধ বাৰ্মা, অদিতি নিগম, মুকুন্দ ঝাৰ গৃহত চলোৱা হৈছিল অভিযান।

শিক্ষাবিদ সোণালী হাছমী, সমাজকৰ্মী তিস্তা চেতলবাদ আৰু কৌতক অভিনেতা সঞ্জয় ৰাজৌৰাৰ ঘৰতো দিল্লী আৰক্ষীয়ে অভিযান চলাইছিল।

এই অভিযান কুখ্যাত ইউএপিএ আইনৰ অধীনত তৰা এটা গোচৰৰ ভিত্তিত কৰা হৈছে আৰু ইয়াৰ লগত নিউজক্লিক নামৰ সংবাদ প্ৰতিষ্ঠানলৈ বিদেশী পুঁজি বিনিয়োগৰ লগত সম্পৰ্ক থকা বুলি অভিযোগ কৰা হৈছে।

নাগৰিক সমাজৰ বিবৃতি মতে, নিউজক্লিকে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে সম্পূৰ্ণ বৈধ উপায়েৰে এই ধন লাভ কৰিছে আৰু এই সম্পৰ্কীয় সকলো নথি-পত্ৰ দিল্লী উচ্চ ন্যায়ালয়ত জমা দিয়া হৈছে।

এনে অৱস্থাত এয়া দেখদেখকৈয়ে নিৰ্ভীক সাংবাদিকৰ কণ্ঠ ৰোধ, মানৱ অধিকাৰ উলংঘন আৰু বাক স্বাধীনতা খৰ্বৰ এক জলন্ত উদাহৰণ বুলি অভিযোগ কৰিছে অসম নাগৰিক সমাজে।

“আমি আৰক্ষীৰ এনে আতিশয্যক তীব্ৰভাবে গৰিহনা দিওঁ আৰু সকলো শুভবুদ্ধিসম্পন্ন গণতান্ত্ৰিক ব্যক্তিক ইয়াৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাওঁ।”— বিবৃতিটোত নাগৰিক সমাজে কয়।

Recent News

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd