• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছেমি ফাইনেলত বাংলাদেশক বিধ্বস্ত কৰি এছিয়ান গেমছৰ ক্ৰিকেটত সোণৰ পদকৰ দৌৰত ভাৰত

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 10:08 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাংঝু এছিয়ান গেমছত ভাৰতে সোণৰ পদকৰ নতুন অভিলেখ গঢ়িছে। ক্ৰিকেট দলে আৰু এটা সোণ জয়ৰ দিশে আগবাঢ়িছে। ঋতুৰাজ গাইকোৱাডৰ নেতৃত্বত টীম ইণ্ডিয়াই বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। সন্মুখত ৯৭ ৰানৰ লক্ষ্য লৈ খেলি ভাৰতে ৯.২ অভাৰতে খেলখন সমাপ্ত কৰে।

আই পি এলত নিয়মীয়াকৈ প্ৰদৰ্শন কৰা যুৱ ভাৰতীয় দলটোৰ এছিয়ান গেমছৰ বাকী দলসমূহৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আনখন ছেমি ফাইনেলত মুখামুখি হ’ব পাকিস্তান-আফগানিস্তান। যি দলে জয়ী হয় তেওঁলোকৰ বিৰুদ্ধে স্বৰ্মজয়ৰ মেচখনত প্ৰৱেশ কৰিব ভাৰতে। ফাইনেলত প্ৰতিদ্বন্দ্বী যিয়েই নহওক কিয় ভাৰত ফেভাৰিট হিচাপেই নামিব।

পূৰ্বৰ খেলখনত শতক অৰ্জন কৰা যশস্বী জয়ছৱালে আজি শূন্য ৰান সংগ্ৰহ কৰি উভতি আহে। কোনো চাপ নাছিল। নেপালৰ বিৰুদ্ধে অধিনায়ক ঋতুৰাজে এটাও ৰান নাপালে যদিও এই মেচত তেওঁ ধ্যান দিছিল। তেওঁ ২৬টা বলত অপৰাজিত ৪০ ৰান কৰে। ৩টা বিশাল ছয় আৰু ৪টা চাৰিও মাৰিলে। কিন্তু তাতোকৈ বিস্ফোৰক আছিল তিলক ভাৰ্মা। তেওঁ ২৬টা বলত অৰ্ধশতক অৰ্জন কৰে। শেষত ৫৫ ৰানত অপৰাজিত থাকে। ভাৰতে মাত্ৰ ৯.২ অভাৰতে   এটা উইকেট হেৰুৱাই ৯ উইকেটত জয়লাভ কৰে।

Apply Now

লগতে পঢ়কঃ বান বিধ্বস্ত ছিকিমত সন্ধানহীন ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছে অসমৰো এক জোৱান

নেপালৰ বিৰুদ্ধে খেলোতেই ভাৰতে বুজি পাইছিল যে স্পিনাৰসকলে ঝেজিয়াং বিশ্ববিদ্যালয়ৰ খেলপথাৰত কি যাদু দেখুৱাব পাৰে । ইয়াৰ বাবেই বাংলাদেশৰ বিৰুদ্ধে ৱাশ্বিংটন সুন্দৰৰ দৰে অভিজ্ঞ স্পিনাৰক খেলাইছিল। তেওঁ সুন্দৰ  ভূমিকাও গ্ৰহণ কৰিছিল। তেওঁৰ লগতে ছাই কিশোৰ, ৰবি বিষ্ণোই, শ্বাহবাজ আহমেদ, তিলক ভাৰ্মাৰ দৰে পাঁচজন স্পিনাৰে বাংলাদেশক ১০০ ৰান অতিক্ৰম কৰিবলৈ নিদিলে।

আৰম্ভণি কৰে কিশোৰে, অ’পেনাৰ মাহমুদুল হাছানক ৫ ৰানত ঘুৰাই পঠিয়াইছিল। দ্বিতীয় অভাৰত বল কৰিবলৈ আহি সুন্দৰে দুটা উইকেট দখল কৰে। তিলকে উভতাই পঠায় পাৰভেজ হোছেইনক। ৩৬ৰাণত ৪টা উইকেটৰ পৰা ঘূৰিব নোৱাৰিলে বাংলাদেশ। কিশোৰে ৩টা উইকেট দখল কৰে। সুন্দৰে লয় ২টা, তিলক, শ্বাহবাজ, বিষ্ণৌই ১ টা উইকেট লাভ কৰে।

লগতে পঢ়কঃ ছিকিমৰ বানত মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ১০০ৰো অধিক; অব্যাহত উদ্ধাৰ অভিযান

পাৰভেজ আৰু জাকিৰ আলীয়ে বাংলাদেশৰ ইনিংছ ৯৬ ৰানলৈ লৈ যায়। পাৰভেজে ২৩ ৰান কৰে। জাকিৰ ২৪ ৰাণত নট আউট থাকে। বাকী ৰিপন হাছানৰ ১৪ ৰানটো বাদে আন কোনোৱে দুটা সংখ্যাত উপনীত হ’ব নোৱাৰিলে। ভাৰতে অতিৰিক্ত ১৩ ৰান নিদিলে আৰু বেয়া স্কৰ হ’লহেঁতেন৷

এছিয়ান গেমছৰ ইতিহাসত বাংলাদেশে মাত্ৰ ১ টা সোণৰ পদক লাভ কৰিছে। যিটো ক্ৰিকেটৰ পৰাই আহিছে। গুৱাংঝুৰ পৰা ধৰিলে ক্ৰিকেটত ৫টা পদক লাভ কৰিছে তেওঁলোকে। এইবাৰ ভাৰতে ক্ৰিকেটত প্ৰথম দল প্ৰেৰণ কৰিছে। ৰোহিত শৰ্মা, বিৰাট কোহলীৰ পৰৱৰ্তী প্ৰজন্মক স্তব্ধ কৰাটো কঠিন, সেয়া বাংলাদেশে ছেমি ফাইনেলত ভালকৈয়ে বুজি পালে।

গতে পঢ়কঃজম্মু-কাশ্মীৰৰ ৰাজৌৰী সেনা শিবিৰত সহকৰ্মীৰ ওপৰত গুলীচালনা সেনা মেজৰৰ, আহত ৬ জন

ভাৰতীয় ক্ৰিকেটাৰসকল যি ফৰ্মত আছে, ফাইনেলত যিয়েই নাথাকক কিয় ভাৰতৰ পৰা স্বৰ্ণ কাঢ়ি লোৱাটো কঠিন হ’ব। ঋতুৰাজ, তিলক, ৱাশ্বিংটনহঁতে ইতিমধ্যে স্বৰ্ণ জয়ৰ সপোনত বিভোৰ হৈছে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd