• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বান বিধ্বস্ত ছিকিমত সন্ধানহীন ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছে অসমৰো এক জোৱান

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 9:30 am
ছিকিমৰ চিংটামৰ ওচৰৰ বুৰ্ডাঙত পানীৰ তলত ডুব যোৱা সেনাবাহিনীৰ বাহন বোকা খান্দি উলিওৱা হৈছে

ছিকিমৰ চিংটামৰ ওচৰৰ বুৰ্ডাঙত পানীৰ তলত ডুব যোৱা সেনাবাহিনীৰ বাহন বোকা খান্দি উলিওৱা হৈছে

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাতে হোৱা আৱতৰীয়া বিধ্বংসী বানত বিপৰ্যস্ত ৰাজ্য ছিকিমত সন্ধানহীন হৈ পৰা ২২ জন ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছে অসমৰ এগৰাকী জোৱান।

অসমৰ সন্ধানহীন ভাৰতীয় সেনাৰ জোৱানজন ৬২০ ইএমই বেটেলিয়নৰ চিপাহী মিতুল কলিতা বুলি চিনাক্ত কৰা হৈছে।

ভাৰতীয় সেনাই জনোৱা মতে, ৪ অক্টোবৰৰ পুৱা ৰাজ্যখন প্ৰলয়ংকাৰী বানৰ কবলত পৰাৰ সময়ত কলিতা উত্তৰ ছিকিমত আছিল।

Apply Now

বাতৰি অনুসৰি, মিতুল কলিতাৰ ঘৰ অসমৰ বাক্সা জিলাত।

লগতে পঢ়কঃ ছিকিমৰ বানত মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ১০০ৰো অধিক; অব্যাহত উদ্ধাৰ অভিযান

ভাৰতীয় সেনাই জনাইছে যে তেওঁলোকে বাকী ২২ জন সন্ধানহীন জোৱানৰ সন্ধান উলিয়াবলৈ ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই আছে।

ছিকিমৰ তীস্তা নদীৰ তলৰ অঞ্চলসমূহত এতিয়া সন্ধানহীন হোৱা জোৱানসকলৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে।

বুধবাৰে সন্ধিয়া সেনাবাহিনীৰ এজন জোৱানক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

ভাৰতীয় সেনাই সন্ধানহীন হৈ থকা জোৱানসকলৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি বৰ্তমান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে।

আনহাতে, ভাৰতীয় সেনাই নিজৰ জোৱানকে ধৰি ছিকিমত নিৰুদ্দেশ হোৱা লোকৰ পৰিয়ালৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি কৰিছে।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰী সেনা শিবিৰত সহকৰ্মীৰ ওপৰত গুলীচালনা সেনা মেজৰৰ, আহত ৬ জন

সন্ধাহীন লোকসকলৰ পৰিয়ালৰ বাবে মুকলি কৰা তিনিটা সেনাৰ হেল্পলাইন নম্বৰ হ’ল-

উত্তৰ ছিকিমৰ বাবে সেনা হেল্পলাইন নং – ৮৭৫০৮৮৭৭৪১

পূব ছিকিমৰ বাবে সেনা হেল্পলাইন – ৮৭৫৬৯৯১৮৯৫

সন্ধানহীন সৈনিকৰ বাবে সেনা হেল্পলাইন – ৭৫৮৮৩০২০১১

ছিকিমত হ্ৰদ বিস্ফোৰণৰ ফলত হোৱা আৱতৰীয়া প্ৰ লয়ংকাৰী বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে। ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এই কথা অৱগত কৰিছে।

লগতে পঢ়কঃ জৰুৰী কামৰ অজুহাতত দিনৰ পিছত দিন শিক্ষয়িত্ৰীক ধৰ্ষণ; অভিযোগ বিদ্যালয়ৰ মালিকৰ বিৰুদ্ধে

তদুপৰি, এতিয়াও ১০৩জন লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। সন্ধানহীন ১০৩ জন লোকৰ ভিতৰত আছে ২২ জন ভাৰতীয় সেনাৰ জোৱান। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd