• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ হৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ তুলি ফেচবুক, গুগললৈ পত্ৰ INDIA মিত্ৰজোঁটৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2023 2:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়া মহাজোঁটে ফেচবুকক বিজেপিৰ হৈ পক্ষপাতিত্ব কৰা বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে, মাৰ্ক জুকাৰবাৰ্গৰ ফেচবুকে শাসকীয় বিজেপিৰ সাম্প্ৰদায়িক ঘৃণা বিয়পাই দিয়া অভিযানক সমৰ্থন জনাইছে। ইয়াৰ বাহিৰেও ফেচবুক, হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়া চাইটত বিৰোধীক দমন কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ উত্থাপন কৰি ইণ্ডিয়া জোঁটে ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইলৈ পত্ৰ প্ৰেৰণ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে পত্ৰখন। পত্ৰখনত ফেচবুকক ভাৰতত সামাজিক বৈষম্যৰ প্ৰচাৰ আৰু সাম্প্ৰদায়িক ঘৃণা উচটনি দিয়াৰ বাবে দোষাৰোপ কৰা হৈছে।

লগতে পঢ়কঃ নতুন প্ৰতিবেদনৰ দাবীঃ বিদেশৰ পৰা কয়লা আমদানিৰ খৰচ বৃহৎ হাৰত বঢ়াই দেখুৱাই বিপুল মুনাফা লুটিছে আদানীয়ে!

Apply Now

২৮টা ৰাজনৈতিক দলৰ ইণ্ডিয়া এলায়েন্সে শাসকীয় বিজেপিৰ সাম্প্ৰদায়িক বিৰোধী অপপ্ৰচাৰত সহায় কৰা হোৱাটছএপ, ফেচবুক আৰু ইউটিউবৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। পত্ৰখনত ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদনৰ কথা উল্লেখ কৰা হৈছে, য’ত দাবী কৰা হৈছিল যে কেনেকৈ বিজেপিৰ নেতা-কৰ্মীয়ে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে বিভাজনমূলক অপপ্ৰচাৰ চলাইছিল।

পত্ৰখনত আন এক সংবাদ মাধ্যমৰ বাতৰিৰ কথাও উল্লেখ কৰা হৈছে, য’ত ফেচবুক আৰু গুগলৰ বিষয়াসকলে চৰকাৰৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰা বুলি দাবী কৰা হৈছে। অভিযোগ উত্থাপন হৈছে যে সেইক্ষেত্ৰত পক্ষপাতিত্ব কৰা হৈছে।

পত্ৰখনত কোৱা হৈছে, ‘আমাৰ হাতত তথ্য আছে, আমাৰ হাতত প্ৰমাণ আছে যে বিৰোধী কন্টেন্ট দমন কৰা হৈছে আৰু শাসক দলৰ কন্টেন্ট আপোনাৰ প্লেটফৰ্মত প্ৰচাৰ কৰা হৈছে।’ পত্ৰখনত সতৰ্ক কৰি দি কোৱা হৈছে যে এটা বেচৰকাৰী বিদেশী কোম্পানীৰ এই ধৰণৰ পক্ষপাতমূলক পদক্ষেপৰ দ্বাৰা ভাৰতৰ গণতন্ত্ৰত হস্তক্ষেপ কৰা হৈছে। এইটো কৰিব নোৱাৰি।

লগতে পঢ়কঃ ২৪ ঘন্টাৰ ভিতৰত ১০ লাখ পেলেষ্টাইনীক গাজাৰ উত্তৰাঞ্চল এৰি যোৱাৰ নিৰ্দেশ দিলে ইজৰাইলে

অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়তে ইণ্ডিয়া জোঁটে মাৰ্ক জুকাৰবাৰ্গক এই অভিযোগক গুৰুত্বসহকাৰে ল’বলৈ কয়। তদুপৰি তেওঁৰ সামাজিক মঞ্চসমূহ যাতে নিৰপেক্ষ হৈ থাকে তাৰ বাবে মিত্ৰজোঁটে আবেদন জনাইছে।

Letter by INDIA parties to @Facebook's Mr. Mark Zuckerberg (@finkd) citing the exhaustive investigations by the @washingtonpost that Meta is culpable of abetting social disharmony and inciting communal hatred in India.

[Letter Below] pic.twitter.com/2wnUa5xHbz

— Mallikarjun Kharge (@kharge) October 12, 2023

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পত্ৰখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে ভাৰতৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মেটাৰ সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মক নিৰপেক্ষ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।‘

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd