• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহিত্যৰ নোবেল বঁটা বিজয়ী কবি লুইচ গ্লুকৰ দেহাৱসান

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2023 3:07 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাহিত্যৰ নোবেল বঁটা লাভ কৰা আমেৰিকান কবি লুইচ গ্লুকৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত গ্লুকৰ বয়স আছিল ৮০ বছৰ। শুকুৰবাৰে লুইচ গ্লুকৰ মৃত্যুৰ কথা নিশ্চিত কৰে তেওঁৰ সম্পাদক জনাথন গালাছিয়ে।

দুখ, স্মৃতি আৰু দাৰ্শনিক অন্তৰ্দৃষ্টিৰ সৈতে ধ্ৰুপদী পৌৰাণিক কাহিনীৰ মিশ্ৰণত গ্লুকে তেওঁৰ শব্দবোৰ সজাই তুলিছিল। সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২০ চনত তেওঁ নোবেল বঁটা লাভ কৰিছিল।

বিচাৰকসকলে গ্লুকৰ ভ্ৰান্তিহীন কাব্যিক কণ্ঠক এক কঠোৰ সৌন্দৰ্য্য বুলি প্ৰশংসা কৰে, যিয়ে ব্যক্তি অস্তিত্বক সাৰ্বজনীন কৰি তোলে। তেওঁৰ কবিতাবোৰ চুটি য’ত ইচ্ছাকৃত মৌনতাৰ জৰিয়তে বহুত অব্যক্ত ভাৱ স্পষ্ট কৰি তোলে।

Apply Now

লগতে পঢ়কঃ ইজৰাইল-হামাছৰ যুদ্ধ: লেবাননত নিহত ৰয়টাৰ্ছৰ সাংবাদিক; আহত আন ৬ জন সাংবাদিক

নিউয়ৰ্কৰ বাসিন্দা গ্লুকে কবিতাৰ উপৰিও সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে। তাৰ ভিতৰত আছে প্ৰৱন্ধ , চুটি গদ্য আৰু কল্পকাহিনী। তেওঁৰ লেখাত পৌৰাণিক কাহিনী, উইলিয়াম শ্বেক্সপীয়েৰ আৰু টি এছ এলিয়টৰ প্ৰভাৱ অধিক।

১৯৯৩ চনত লুইচ গ্লুকে তেওঁৰ কবিতা গ্ৰন্থ ‘ৱাইল্ড আইৰিছ’ৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে। আন আন গ্ৰন্থসমূহৰ ভিতৰত আছে ‘দ্য চেভেন এজ’, ‘দ্য ট্ৰাইমফ অৱ একিলিছ’, ‘ভিটা নোভা’ আৰু ১৯৬২-২০১২ চনত লিখা কবিতাৰ সংকলন।

পুলিৎজাৰৰ উপৰিও ২০০১ চনত জীৱনজোৰা সাফল্যৰ বাবে বলিংজেন বঁটা, ২০১৪ চনত ‘ফেথফুল এণ্ড ভাৰ্চুৱেছ নাইট’ৰ বাবে নেশ্যনেল বুক এৱাৰ্ড লাভ কৰে। কেইবাদশক ধৰি শক্তিশালী গীতি কবিতাৰ বাবে ২০১৫ চনত লাভ কৰে নেশ্যনেল হিউমিনিটিজ মেডেল। ২০০৩-০৪ চনলৈ তেওঁ আমেৰিকাৰ পয়েট লৰেট হিচাপে নিযুক্ত হয়। ইয়াৰ উপৰিও তেওঁ ষ্টেনফৰ্ড আৰু ইয়েলৰ দৰে উচ্চ শিক্ষানুষ্ঠানতো কাম কৰিছিল।

লগতে পঢ়কঃ ৰতন টাটাই অনুসৰণ কৰে এই ৮ টা সফলতাৰ মন্ত্ৰ! যিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱনো

১৯৪৩ চনৰ ২২ এপ্ৰিলত নিউয়ৰ্ক চহৰত ইহুদী বংশদ্ভূত লুইচ গ্লুকৰ জন্ম হৈছিল। তেওঁ লং আইলেণ্ডত ডাঙৰ-দীঘল হৈছিল। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd