• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাইবাৰ অপৰাধীৰ জালত সত্তৰ ঊৰ্ধ্বৰ দম্পতী, ৪ মাহত হেৰুওৱালে ৪ কোটি টকা

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 26, 2023 4:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূর্বতে আগশাৰীৰ কর্প’ৰেট হাউচত কাম কৰি অহা দক্ষিণ মুম্বাইৰ এহাল সত্তৰ বছৰীয়া দম্পতীয়ে চাইবাৰ অপৰাধীৰ জালত পৰি চাৰি মাহৰ ভিতৰতে ৪ কোটিৰো অধিক ধন হেৰুৱালে৷

দম্পতীহালৰ পত্নীয়ে কাফে পেৰেড আৰক্ষীক জনোৱা মতে, প্ৰথমে এগৰাকী মহিলাই কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড সংস্থাৰ পৰা তেওঁলোকলৈ ফোন কৰিছিল। তাৰ পাছত কৈছিল যে স্বামীগৰাকীয়ে তেওঁলোকৰ কোম্পানীত ৪ লাখ টকা বিনিয়োগ কৰিছিল আৰু ২০ বছৰৰ পাছত সেই ধন এতিয়া মেচিউৰ হোৱাৰ ফলত তেওঁলোকে ১১ কোটি টকা লাভ কৰিব।

দম্পতীহালে আৰক্ষীক জনোৱা মতে ফোন কৰা মহিলাগৰাকীয়ে তেওঁৰ স্বামীয়ে পূৰ্বে কাম কৰা প্ৰতিষ্ঠানটোৰ নামো উল্লেখ কৰিছিল আৰু অৱসৰ তথ্যপাতি দিয়াৰ লগতে পানকাৰ্ডৰ নম্বৰ পৰ্যন্তও অৱগত আছিল।

তাৰ পিছত মহিলাগৰাকীয়ে দম্পতীহালক টিডিএছ, জিএছটি, আৰু আয়কৰ পৰিশোধৰ বাবে ধন স্থানান্তৰ কৰিবলৈ কয়। কিন্তু ইয়াৰ পাছতে দম্পতীহালৰ এটা ব্যক্তিগত বেংকৰ একাউণ্টৰ পৰা খালী হৈ পৰে।

ইয়াৰ কিছু সময়ৰ ভিতৰত ফোন মহিলাগৰাকীয়ে দম্পতীহালৰ পৰা বিভিন্ন কাৰণত ধন দাবী কৰিবলৈ ধৰে আৰু দম্পতীহালে ফোন মহিলাগৰাকীয়ে প্ৰদান কৰা বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰি থাকিল। বিষয়াগৰাকীয়ে কয় যে অভিযুক্তই ডজনৰো অধিক বেংক একাউণ্ট ব্যৱহাৰ কৰি দম্পতীহালৰ পকা ৪ কোটিৰো অধিক ধন সৰকাই নিছিল।

এইদৰে চাৰি মাহতে দম্পতীহালৰ একাউণ্ট খালী হৈ পৰিল। সেই কথা বৃদ্ধ দম্পতীহালে ফোন কৰা মহিলা কৰাগৰাকীক ক‘লে যে তেওঁলোকৰ হাতত কোনো ধন বাকী নাই। তেতিয়া অন্য এগৰাকী লোকে ফোন কৰি তেওঁলোকক ভাবুকি দিবলৈ ধৰিলে।

ফোন কৰা লোকজনে ভাবুকি দি কয় যে যদি তেওঁলোকে আৰু ধন নিদিয়ে তেতিয়া দিয়া ধনখিনিও ফ্ৰীজ কৰি ৰখা হ‘ব আৰু আই-টি বিভাগে তেওঁলোকৰ দুৱাৰত টোকৰ মাৰি আহিব।

এইদৰে ৪ কোটি টকা হেৰুওৱাৰ পাছতো চাইবাৰ অপৰাধীৰ পৰা ধন দাবীৰ ভাবুকি লাভ কৰি থকাত বৃদ্ধ দম্পতীহালে আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰে।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd