• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজস্থান বিধানসভা নিৰ্বাচন : অশোক গেহলটে ঘোষণা কৰিলে আৰু পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2023 9:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ঘোষণা কৰিলে আৰু পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতি। জয়পুৰত সংবাদমেলৰ আয়োজন কৰি ৰাজ্যবাসীৰ বাবে কংগ্ৰেছ চৰকাৰৰ পাঁচটা বিশেষ প্ৰকল্পৰ কথা ঘোষণা কৰে। 

লগতে মোডী চৰকাৰকো আক্ৰমণ কৰে অশোক গেহলটে। ইয়াৰ উপৰিও ৰাজ্যৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী মাধ্যমৰ শিক্ষাৰ পৰা আৰম্ভ কৰি অ’পিএছ (পুৰণি পেঞ্চন আঁচনি)ৰ আইন আনিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

Apply Now

মুখ্যমন্ত্ৰী অশোক গেহলটে সাংবাদিকৰ আগত কয়, “ৰাজ্যৰ ৰাইজে যদি কংগ্ৰেছ চৰকাৰক পুনৰ ক্ষমতালৈ অহাৰ সুযোগ দিয়ে তেন্তে চৰকাৰী মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰীক আমি বিনামূলীয়াকৈ লেপটপ আৰু টেবলেট প্ৰদান কৰিম। 

লগতে গোধন আঁচনিৰ অধীনত চৰকাৰে কৃষকৰ পৰা প্ৰতি কিলোগ্ৰামত ২ টকাৰ হাৰত গৰুৰ গোবৰ কিনিব বুলিও ঘোষণা কৰে গেহলটে।

কংগ্ৰেছে পুনৰ চৰকাৰ গঠন কৰিলে ৰাজ্যৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষা সুনিশ্চিত হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 

ৰাজ্যৰ প্ৰায় ১ কোটি মহিলাক স্মাৰ্টফোনৰ লগতে ৩ বছৰৰ বিনামূলীয়া ইণ্টাৰনেট সেৱা দিয়া হ’ব বুলিও তেওঁ কয়। 

প্ৰতিশ্ৰুতি ঘোষণাৰ সময়ত গেহলটে কয়, “মোডী জী, আপুনি হয়তো বুজিব পোৱা নাই, কিন্তু এতিয়া আপোনাৰ সময় শেষ।”

ইফালে বুধবাৰে ৰাজস্থানত প্ৰচাৰ চলাওঁতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও কিছু প্ৰকল্পৰ কথা ঘোষণা কৰে। তেওঁ কয় যে গৃহলক্ষ্মী আঁচনিৰ অধীনত ৰাজ্যৰ সকলো পৰিয়ালৰ মুৰব্বীক বছৰি ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব। 

লগতে ৰাজস্থানৰ প্ৰায় ১.০৫ কোটি পৰিয়ালক ৫০০ টকা ৰাজসাহায্যযুক্ত মূল্যত এল পি জি চিলিণ্ডাৰ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰিয়ংকাই ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

October 24, 2026 11:14 am
ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

October 24, 2026 9:29 am
লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

October 24, 2026 11:14 am
ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd