• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হতাশ প্ৰাক্তন পাকিস্তানী তাৰকা! ভাৰতে বিশ্বকাপত চিটিংবাজী কৰি জিকি থকাৰ অভিযোগ; তদন্তৰ দাবী ICC-ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 10:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত এদিনীয়া ক্ৰিকেট বিশ্বকাপত অপ্ৰতিৰোধ্য গতিত আগবাঢ়িছে ভাৰত। কোনোমতে টীম ইণ্ডিয়াক ৰখাবই পৰা নাই। বিশ্বৰ সকলো দলেই ভাৰতৰ সন্মুখত  চাপত নতজানু হৈ পৰিছে। দক্ষিণ আফ্ৰিকাও ইডেন গাৰ্ডেনত ভাৰতৰ হাতত মাত্ৰ ৮৩ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়। দেওবাৰে গ্ৰুপ পৰ্যায়ত ক্ৰমাগত ৮টা জয়ৰে ভাৰতে এক নম্বৰ স্থান দখল কৰে।

অৱশ্যে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ হাছান ৰাজাই ভাৰতৰ এই দুৰ্দান্ত ফৰ্মক লৈ সন্দেহ প্ৰকাশ কৰে। তেওঁ কয়, ভাৰতে ডি আৰ এছত ৰিগিং কৰি জয়ী হৈছে।

৪১ বছৰীয়া পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে পাকিস্তানৰ এটা স্থানীয় নিউজ চেনেলৰ আগত বিস্ফোৰকভাৱে কয়, ‘আজিতো জাদেজাইও ৫টা উইকেট দখল কৰে। এটা ইনিংছত যিটো তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ। আমি প্ৰযুক্তিৰ কথা কৈছো য’ত ডি আৰ এছ লোৱা হয়। দক্ষিণ আফ্ৰিকাৰ মূল বেটছমেন ভান ডেৰ ডুচেন। বাওঁহাতৰ স্পিনাৰৰ বল এটা পাক লোৱাৰ পিছত যিকোনো ঠাইলৈ যাব পাৰে। লেগ ষ্টাম্পত বল পিটচ কৰাৰ পিছত বলটো কেনেকৈ মাজৰ ষ্টাম্পত উপনীত হয়? ইমপেক্ট লাইনত আছিল। আৰু বলটো লেগ ষ্টাম্পলৈ গৈ আছিল।”

তেওঁ কয়, “এই  বিষয়ে সকলোৱে নিজৰ মতামত দিছে। মোৰ মতামত অতি স্পষ্ট। এই বিষয়বোৰ চাওঁ আহক। ডি আৰ এছত প্ৰতাৰণা কৰা হৈছে। ৰাজহুৱা হৈ পৰিছে। এইটো প্ৰথম বিতৰ্কিত ডি আৰ এছ নাছিল। আগৰ দুটা-তিনিটা ৰিভিউ চাওকচোন! তাৰ পিছত পাকিস্তানৰ কথা ক’ম। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কিমান ক্লোজ হ’ল মেচ। শেষ উইকেটত পাৰ্টনাৰশ্বিপ গঢ়িল। আৰু তেওঁলোকে ক্ষমাও বিচৰা নাছিল। ঘৰৰ কণ্ডিছনৰ সুবিধা দিয়াৰ বাবে এই কাম কৰা হৈছে।”

Hasan Raza Raises Questions on Indian Victory!
1 :- DRS was manipulated by BCCI with help of Broadcasters
2:- DRS was also Manipulated in 2011 when Sachin Tendulkar was playing Against Saeed Ajmal.
3:- Why Indian Team is Playing Outclass in every worldcup Event Happened in India.… pic.twitter.com/ieIJGy0cqH

— Hasnain Liaquat (@iHasnainLiaquat) November 5, 2023

ইয়াৰ পূৰ্বেও বিশ্বকাপৰ দুৰ্নীতিকলৈ সৰৱ হৈছিল হাছান ৰাজা। বিতৰ্কৰ উত্তাপ বিয়পাই তেওঁ কয় যে ভাৰতক আইচিচি, বিচিচিআইয়ে সুকীয়া বল দিছে। যাতে ছামী-ছিৰাজে অধিক ছুইং পায়।

ICC Might Give Different Ball to Indian Bowlers thats why they are Getting Seam and Swing More Than Others.Ex Test Cricketer Hasan Raza.#CWC23 #INDvSL pic.twitter.com/7KCQoaz0Qs

— Hasnain Liaquat (@iHasnainLiaquat) November 2, 2023

পাকিস্তানৰ বিখ্যাত চেনেল এবিএন নিউজত বিশ্বকাপৰ সময়ত এজন বিশেষজ্ঞৰ ভূমিকা পালন কৰিছে হাছান ৰাজাই। তেওঁক ভাৰতৰ পেচ বলিঙৰ ৰহস্য জনাবলৈ কোৱা হৈছিল। তাতে তেওঁ বিতৰ্ক বৃদ্ধি কৰি কয় যে সমগ্ৰ ঘটনাৰ তদন্ত হ’ব লাগে।

Wasim Akram explains how balls are picked by both teams for the match after former Pakistani player Hasan Raza accused the ICC and BCCI of picking different balls whenever India bowls.
pic.twitter.com/SVddxAkDCB

— Cricketopia (@CricketopiaCom) November 4, 2023

তেওঁ কয়, ‘’আমি দেখিবলৈ পাওঁ যে যেতিয়া ভাৰতে বেটিং কৰি আছে তেতিয়া তেওঁলোকে সঁচাকৈয়ে ভাল বেটিং কৰি আছে। কিন্তু ভাৰতে বলিং কৰি থকাৰ সময়ত যেন বলটোৱে কথা কৈছে। ৭-৮ টা DRS কল কৰা হৈছে। সকলো ভাৰতৰ সপক্ষে গৈছে। ছামী-ছিৰাজে যিদৰে বল ছুইং কৰিছে, এনে লাগে যেন আইচিচি-বিচিচিআইয়ে ভাৰতক অন্য বল দিছে। বলটোৰ ওপৰত তদন্তৰ প্ৰয়োজন আছে। বলটোত অতিৰিক্ত কোটিং দিয়া হৈছে নেকি সেয়া চাব লাগে।’’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd