• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যপালসকল ৰাইজৰ প্ৰতিনিধি নহয়, বিধানসভাত গৃহীত সিদ্ধান্তক জবাবদিহি শোভা নাপায়: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 7, 2023 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে ৰাজ্যপালসকলক সোঁৱৰাই দিয়ে যে তেওঁলোক জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি নহয় আৰু বিধানসভাই গৃহীত সিদ্ধান্তক জবাবদিহি কৰাটো শোভা নাপায়। উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো কেন্দ্ৰত থকা বিজেপি চৰকাৰৰ প্ৰতিনিধি আৰু প্ৰায় প্ৰতিখন অ-বিজেপি শাসিত ৰাজ্য চৰকাৰৰ ৰাজ্যপালৰ মাজত সংঘাত শেহতীয়াকৈ তীব্ৰ হৈ পৰিছে।

সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে বিষয়টো আদালতত পোৱাৰ পূৰ্বে ৰাজ্যপালৰ বিধায়িনী দলে গৃহীত কৰা সিদ্ধান্তসমূহ চূড়ান্ত কৰিব লাগে।

পঞ্জাৱত ৰাজ্যপাল তথা বিজেপিৰ প্ৰাক্তন নেতা বানোৱৰীলাল পুৰোহিতৰ সৈতে ভগৱন্ত সিং মান চৰকাৰৰ সংঘাত তীব্ৰ হৈ পৰিছে। বিধানসভাই গৃহীত কৰা কেইবাখনো বিধেয়ক কোনো সিদ্ধান্ত অবিহনে ওলোমাই ৰখাৰ পিছত উচ্চতম ন্যায়ালয়ত আবেদন জনায় ৰাজ্য চৰকাৰে।

Apply Now

লগতে পঢ়কঃ তথ্য গাপ দিয়াৰ প্ৰয়াস! জল ব্যৱস্থাপনাৰ মূল প্ৰতিবেদন বন্ধ কৰাৰ কথা চিন্তা কৰিছে নিটি আয়োগে

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কালি গোচৰটো উত্থাপন হোৱাৰ পিছত কয় যে কেৰেলা আৰু তামিলনাডু চৰকাৰেও ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে একে অভিযোগত গোচৰ ৰুজু কৰিছে। তাতো ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ সংঘাতৰ শিখৰত উপনীত হৈছে৷ চৰকাৰে গৃহীত কৰা বিধেয়ক স্থগিত ৰাখিছে ৰাজ্যপালসকলে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়- ৰাজ্যপালসকলে অলপ আত্ম-বিচাৰ কৰাটো প্ৰয়োজন। তেওঁলোকে মনত ৰখা উচিত যে ৰাজ্যপালজন কোনো নিৰ্বাচিত প্ৰতিনিধি নহয়। বিধানসভাই যদি কোনো সিদ্ধান্ত লয় তেন্তে তাক গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ।”

ইপিনে, ৰাজ্যপালৰ হৈ আদালতত উপস্থিত থাকে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে গোচৰৰ শুনানিৰ পৰৱৰ্তী তাৰিখ ১০ নৱেম্বৰত নিৰ্ধাৰণ কৰিছে। ৰাজ্যপালে কি সিদ্ধান্ত লৈছে তাৰ চূড়ান্ত প্ৰতিবেদন সেইদিনা তেওঁৰ সন্মুখত দাখিল কৰা হ’ব।

লগতে পঢ়কঃৰে’লযোগে ভূটান যোৱাৰ বাট মুকলি! শীঘ্ৰেই আৰম্ভ হ’ব জৰীপৰ কাম, ৰজা ৱাংচুকৰ সন্মতি

উল্লেখ্য যে নিৰ্বাচিত হোৱাৰ পিছত ভগৱন্ত সিং মানৰ নেতৃত্বত আম আদমি পাৰ্টি চৰকাৰে বিধানসভাত মুঠ ২৭খন বিধেয়ক গৃহীত কৰে। ইয়াৰে ২২খন ৰাজ্যপাল বানোৱৰীলালে ক্লিয়াৰেন্স দিয়ে যদিও ৫টা বিষয়ত সিদ্ধান্ত স্থগিত ৰাখিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd