• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিচিং জনগোষ্ঠীক ললিপপ, মেৰদণ্ডহীন নেকি মিচিং জাতি! জাতিক বিক্ৰী কৰিব মন্ত্ৰী ৰনোজ পেণ্ডৰ দৰে নেতাই

ৰাইজৰ ব্যাপক প্রতিক্ৰিয়াৰ পিছত চৰকাৰে কেৱল মাত্ৰ ১০ খন জিলাত লৃগাংৰ বন্ধ দিয়াৰ সিদ্ধান্ত মানি নলয় ‘ৰাইজৰ দলে’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 10, 2023 3:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি জোনাইত বিজেপি দলৰ এক ৰাজনৈতিক সভাত নিজকে মুখ্যমন্ত্ৰীৰ বাহুদি কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই মিচিং জনগোষ্ঠীৰ জাতীয় যি আৱেগ সেই আৱেগক ৰাজনৈতিকভাবে দলীয় স্বাৰ্থত মিচিং অট’নমাচ কাউন্সিলৰ ১০খন অধ্যুষিত অঞ্চল আৰু ১০খন জিলাত আলি আময়ে লৃগাংত বন্ধ থাকিব বুলি ঘোষণা কৰা কাৰ্যক ৰাইজৰ দল জাতীয় যুৱ বাহিনীয়ে তীব্র ভাষাৰে গৰিহণা দিয়ে৷ 

আলিয়ে-পদুলিয়ে গাড়ীত দুই এজন নেতাক কাষত বহুৱাই মিচিং জাতিৰ সিদ্ধান্ত ল’বলৈ পীযুষ হাজৰিকা কোন? যুগ যুগ ধৰি অসমৰ ভূমিপুত্ৰ তথা দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং ৰাইজে প্রাণৰ তথা জাতীয় কৃষিভিত্তিক উৎসৱ আলি-আ:য়ে- লৃগাং ফাগুনৰ প্রথমটো বুধবাৰত পালন কৰি আহিছে। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীটোৰ এই পৱিত্ৰ উৎসৱ আলি-আঃ:য়ে-লৃগাংৰ দিনটোত বাৰে বাৰে দাবী জনাই অহা স্বত্বেও চৰকাৰে বন্ধ ঘোষণা নকৰি বিজেপি চৰকাৰখনে অসমৰ ভূমিপুত্ৰ সকলক অৱমাননা কৰি আহিছে। যোৱা ৪ নৱেম্বৰ ২০২৩ তাৰিখে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে এখনি সংবাদমেলৰ জৰিয়তে ক্ষোভ প্রকাশ কৰি কৈছিল যে, “ যি সময়ত বিজেপি চৰকাৰখনে জাতি, মাটি;ভেটি ৰক্ষা কৰাৰ শ্ল’গান দি চৰকাৰ গঠন কৰিছিল তেনে  ‘সময়ত অসমৰ মিচিং ৰাইজক আজিও প্রতাৰণা কৰি আহিছে। মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল ফাণ্ডনৰ  প্রথমটো বুধবাৰ অৰ্থাৎ আলি-আ:য়ে-লৃগাঙৰ দিনা সমগ্ৰ অসমত চৰকাৰী বন্ধ পালন কৰা হওঁক। বিভিন্ন সময়ত  চৰকাৰী পক্ষৰ বিভিন্ন নেতা, মন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা সভাত মিচিং ৰাইজৰ আৱেগ অনুভূতি আদায় কৰিবলৈ প্রতিশ্ৰুতি প্ৰদান কৰা সততে দেখা পোৱা যায় যে আলি-আ:য়ে-লৃগাংত চৰকাৰী বন্ধ ঘোষণা কৰা হ’ব। কিন্তু  অসম চৰকাৰে প্রকাশ কৰা এই বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাটো মিচিং ৰাইজৰ হেঁপাহৰ আলি-আ:য়ে-লৃগাং বাদ পৰিল।

Apply Now

আজি পুনৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে এখন সংবাদমেল সম্বোধন কৰি কয় যে, “মাত্ৰ ১০ খন জিলাত আলি আই লৃগাং ! কোনোবা হয় হজুৰ মিছিং প্রতিনিধিৰ  হজম হলেও, এটা খিলঞ্জীয়া জনগোষ্ঠীক নিচুকনি বঁটা দিয়াটো আমি মানি ল’ব নোৱাৰোঁ। ললিপপ প্রদান কৰিছে বিজেপি চৰকাৰে। এইয়া ঘোৰ অপমান। কেলেণ্ডাৰত ঠাই নিদি বাটে পথে আংশিক বন্ধ ঘোষণা কৰাটো কিমান যুক্তি সংগত? এয়া মিচিং ভাই-ভনীহতৰ প্রতি সন্মান নহয় বৰঞ্চ মিচিং জাতিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ নিকৃষ্ট চক্ৰান্ত আৰু মিচিং জাতিৰ প্রতি ভোট বেংকৰ কাৰণেই চৰকাৰখনৰ এই দৰদ তাকেই পুনৰ প্রমাণ কৰিলে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd