• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বকাপৰ মাজতে INDIA লৈ ভাল খবৰ : ৬শতাধিক বিজেপিৰ নেতা-কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2023 8:21 pm
6.5k
VIEWS
Share on FacebookShare on Twitter

দিল্লী আৰু দিছপুৰত থকা বিজেপি চৰকাৰৰ বিৰুদ্ধে  বিজেপিৰ নেতা-কৰ্মী এতিয়া ক্ষোভিত হৈ পৰিছে। সেই ক্ষোভৰ বৰ্হিঃপ্রকাশ হিচাপে গেৰুৱা দল ত্যাগ কৰি শ-শ ভাৰতীয় জনতা পাটীৰ নেতা-কৰ্মীয়ে  কংগ্ৰেছৰ নীতি-আদৰ্শক সমৰ্থন জনাই কংগ্ৰেছত যোগদান কৰিছে। 

ডিফু ক্লাৱত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত ৬ শতাধিক বিজেপিৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে আৰু বিজেপিৰ বোকাজান সমষ্টিৰ প্ৰাক্তন বিধায়ক জগত সিং ইংতিৰ দৰে নেতাইয়ো গেৰুৱা দলটোক চোকা ভাষাৰে সমালোচনা কৰি কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন আগবঢ়ায়। 

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত তুলিৰাম ৰংহাঙৰ নেতৃত্বত চলা হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত বিচাৰি কোনো সদুত্তৰ নাপাই শ-শ লোকে বিজেপি ত্যাগ কৰিছে কাৰ্বি আংলঙত। 

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এসময়ৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছা আৰু কাথাৰ বে’ৰ লগতে ৬ শতাধিক নেতা-কৰ্মীয়ে ভূপেন বৰাৰ নেতৃত্বৰ প্ৰতি সমৰ্থন জনাই কংগ্ৰেছত যোগ দিয়ে আৰু যথেষ্টসংখ্যক মহিলাকৰ্মীও আছে। 

যিসময়ত বিজেপিয়ে নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে বিভিন্ন আত্মসহায়ক  গোটৰ জৰিয়তে অসমৰ মহিলাসকলক ব্যস্ত কৰি ৰাখিব বিচাৰিছে তেনে  সময়ত কাৰ্বি আংলঙত শতাধিক মহিলাই আজি বিজেপি ত্যাগ কৰি নিজৰ অসমন্তুষ্টিৰ বৰ্হিঃপ্ৰকাশ ঘটাইছে। 

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছৰ নীতি-আদৰ্শৰ লগতে ভাৰতীয় সংবিধানৰ মৰ্যদা ৰক্ষাৰ স্বাৰ্থত কাৰ্বি-আংলঙৰ সচেতন লোকসকলে আজি বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কাৰ্যক আদৰণি জনায় আৰু এই নেতা-কৰ্মীসকলক কংগ্ৰেছে  সম-মৰ্যদাৰে দলৰ নিষ্ঠাৱান কৰ্মী হিচাপে কাম কৰিবলৈ আহ্বান জনায়। 

দিল্লী আৰু দিছপুৰৰ লগতে ষষ্ঠ অনুসূচীৰ অধীনৰ স্বায়ত্ব শাসিত পৰিষদসমূহত  বিজেপিৰ আঁহফলা নীতি নোহোৱা কৰি কংগ্ৰেছে সকলো জাতি-জনগোষ্ঠীৰ আস্থা আৰু সন্মানৰ বিকল্প প্ৰশাসন গঢ়ি তুলিব বুলি আজি ঘোষণা কৰে।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থৰ লগতে কাৰ্বি  আংলং জিলা কংগ্ৰেছৰ সভাপতি ছুম ৰংহাং, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ  সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন বিধায়ক ৰ’জলীনা তিকী, জিণ্টু হাজৰিকা, কংকন দাস প্ৰমুখ্যে কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।

Recent News

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd