• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপ জয়ত ব্যৰ্থ ভাৰত: আখতাৰে ক’লে, ‘পিটচক লৈ মই হতাশ..’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2023 4:57 pm
World Cup Shoaib Akhtar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ত পৰিল ক্ৰিকেট বিশ্বকাপৰ। সগ্ৰ প্ৰতিযোগিতাখনতে চমকপ্ৰদ প্ৰদৰ্শনৰ পিছতো ফাইনেলত বিশ্বকাপ খিতাপত চুমুক দিয়াত ব্যৰ্থ হ’ল ভাৰত। ফাইনেলত ভাৰতীয় ক্ৰিকেট দলৰ এই ব্যৰ্থতাৰ পিছতে ইতিমধ্যে আৰম্ভ হৈছে বিশ্লেষণ।

প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞসকলে ইতিমধ্যে ভাৰতৰ পৰাজয় সন্দৰ্ভত নিজ নিজ মন্তব্য আগবঢ়াইছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন পেচ তাৰকা শ্বোৱেইব আখতাৰেও।

Apply Now

ফাইনেলত পৰাস্ত হ’লেও ভাৰতক ফাইনেলত প্ৰৱেশৰ বাবে অভিনন্দন জনায় প্ৰাক্তন তাৰকাগৰাকীয়ে। কিন্তু ফাইনেল অনুষ্ঠিত হোৱা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ পিটচক লৈ হতাশা ব্যক্ত কৰিছে আখতাৰে।

আখতাৰৰ মন্তব্য, ভাগ্যৰ আধাৰত ফাইনেলত প্ৰৱেশ কৰা নাছিল ভাৰতে। চমকপ্ৰদ খেল খেলি ভাৰত ফাইনেলত প্ৰৱেশ কৰিছিল আৰু ভালকৈয়ে যুঁজিছিল বুলি মন্তব্য কৰে আখতাৰে।

“অৱশ্যে মেচখনৰ বাবে ব্যৱহাৰ কৰা পিটচখনক লৈ মই অলপ হতাশ হৈছিলো।”– আখতাৰে কয়। নিজৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে লগতে ভাৰতে আৰু অধিক ভাল পিটচ প্ৰস্তুত কৰা উচিত আছিল বুলি উল্লেখ কৰে।

বিশ্বকাপৰ ফাইনেলত উপনীত বাবে ভাৰতক অভিনন্দন জনাই আখতাৰে লগতে এই কৃতিত্ব অৰ্জন কৰাটো সহজ নহয় বুলি মন্তব্য কৰে। কিন্তু এনে মেচত ভাৰত সদায় দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈ পৰে বুলিও দুখ প্ৰকাশ কৰে আখতাৰে।

তেওঁ লগতে কয়, “যোৱা ১২ বছৰমানৰ ভিতৰত আমি দেখিছো যে ভাৰতে ট্ৰফী জয় কৰাৰ অতি ওচৰ চাপিছে যদিও কোনো মুহূৰ্তত ব্যৰ্থ হৈছে। ভাগ্য ভাৰতীয় দলৰ অনুকূল হোৱা নাই।”

আখতাৰে লগতে এনে স্নায়ু যুঁজৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ প্ৰদৰ্শনকো প্ৰশংসা কৰে। এনে হেঁচা অষ্ট্ৰেলিয়াই নিয়ন্ত্ৰণ কৰিব জানে বুলি ভিডিঅ’টোত মন্তব্য কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am
পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am
পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd