• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিবনুৱাৰ বৃদ্ধিৰে অসমে অভিলেখ গঢ়িছে: ৫০ হাজাৰ খালী পদত শীঘ্ৰে নিযুক্তিৰ দাবী কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2023 6:40 pm
Assam Job
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত এতিয়াও প্ৰায় বিভিন্ন বিভাগত ৫০ হাজাৰৰো অধিক পদ খালী হৈ আছে আৰু এই পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাবী জনাইছে।

নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰ দুখনে কোনোধৰণৰ বলিষ্ঠ পদক্ষেপ গ্রহণ নকৰাৰ বাবে অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে বুলি অভিযোগ কৰে কংগ্ৰেছে।

Apply Now

কংগ্ৰেছৰ দাবী, ৰাজ্যত পূৰ্বৰ 8৪.৭ শতাংশৰ পৰা বৰ্তমান ৭.৬৯ শতাংশলৈ নিবনুৱা বৃদ্ধিৰ হাৰ উদ্বেগজনকভাৱে উৰ্ধগামী হৈছে। চহৰ অঞ্চলত নিবনুৱা বৃদ্ধিৰ হাৰ ১৬৩.৩২ শতাংশ হৈছে।

অত্যাধিক নিবনুৱা থকা ১০ খন ৰাজ্যৰ ভিতৰত এতিয়া অসমৰ নাম অন্তর্ভুক্ত হৈছে। আজি এক সংবাদমেলত এই অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই।

সংবাদমেলত তেওঁ কয় যে ৰাজ্যখনত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা ১৬ লাখ ৮১ হাজাৰ ৭৭৭ গৰাকী৷ যদিও বেচৰকাৰী তথ্য মতে ৩০ লাখতকৈয়ো অধিক শিক্ষিত নিবনুৱা অসমত কৰ্মক্ষেত্ৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে।

এনে পৰিস্থিতিৰ বাবে অসমৰ বহু খিলঞ্জীয়া শিক্ষিত যুৱক-যুৱতী অসম এৰি বহিঃৰাজ্যত ছিকিউৰিটী গাৰ্ড, ব্যক্তিগত হোটেল প্ৰতিষ্ঠানত কাম কৰাৰ লগতে সাধাৰণ শ্রমিক হিচাপে নিজৰ পৰিয়াল চলাবলগীয়া হৈছে বুলি দোহাৰে বেদব্ৰত বৰাই।

ইফালে উত্তৰাখণ্ডৰ সুৰঙ্গত আবদ্ধ হৈ থকা কোকৰাঝাৰৰ ৰামফৰ বিল এলেকাৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীৰ প্ৰসঙ্গও উল্লেখ কৰে বৰাই।

পেটৰ তাড়নাত উত্তৰাখণ্ডত কাম কৰিবলৈ গৈ অন্যান্য ৪০ জন শ্ৰমিকৰ লগত যুৱক দুগৰাকী এতিয়াও সুৰংগত আৱদ্ধ হৈ আছে বুলি উল্লেখ কৰি এই শ্রমিকসকলক উদ্ধাৰৰ বাবে কিয় চৰকাৰে কাৰিকৰী কৌশল উদ্ভাৱন কৰিব পৰা নাই বুলিও বৰাই প্ৰশ্ন কৰে।

অসমৰ ৩০ হাজাৰ চৰকাৰী চাকৰিৰ বাবে ১৪ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে আবেদন কৰিছিল আৰু বিগত ছাৰে সাতবছৰত অসমৰত কোনোধৰণৰ নিয়োগ সৃষ্টি কৰিব পৰা নতুন উদ্যোগ স্থাপন হোৱা নাই বুলিও বৰাই কয়।

‘এডভাণ্টেজ অসম’ৰ পৰা অসমৰ নিবনুৱা যুৱক-যুৱতীৰ একো লাভ নহ’ল বুলি অভিযোগ কৰি অসমৰ মুখ্যমন্ত্ৰীজনে কেৱল চমক সৃষ্টিৰ বাবেহে ১ লাখ নিবনুৱাক চাকৰি দিয়া বুলি বহিঃৰাজ্যত মাজে মাজে ঘোষণা কৰি থাকে বুলি কটাক্ষ কৰে বৰাই।

সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা দিয়ে।

কলিতাই কয় যে কথাই প্ৰতি মিছা কথা কোৱা মুখ্যমন্ত্ৰীজনে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ নিৰ্বাচনী সভাত অসমত একেদিনাই একেখন ফিল্ডতে একলাখ যুৱক-যুৱতীক চাকৰি দিয়া বুলি গোকাট মিছা কথা মাতিছে।

মুখ্যমন্ত্ৰীয়ে প্ৰতি বছৰে ১ লাখ নিবনুৱাক চাকৰি দিম বুলি ঘোষণা কৰি বিগত আঢ়ৈ বছৰত ৮০হাজাৰ নিবনুৱাকে সংস্থাপন দিব পৰা নাই বুলি কংগ্ৰেছ নেতাজনে অভিযোগ কৰে।

নিজৰ সমষ্টিৰ ৫০ উৰ্ধৰ লোকক নতুনকৈ নিযুক্তি দি তেওঁ যি মন যায় তাকে কৰিব পৰা নীতি প্ৰস্তুত ককা বুলিও কলিতাই অভিযোগ কৰে। শুৱালকুছিৰ ৫৬ বছৰীয়া ব্যক্তিয়ে কেনেকৈ চাকৰি পাই বুলিও তেওঁ প্ৰশ্ন কৰে।

ইফালে, মুখ্যমন্ত্ৰীজনে বহিঃৰাজ্যত ফিটাহি মৰা কথা কৈ অসমৰ মান-সন্মান তললৈ নিয়া বুলিও তেওঁ উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd