• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনি বছৰত ত্ৰিশ হাজাৰ দৰত ৯০০টা অবৈধ গৰ্ভপাত! গ্ৰেপ্তাৰ চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2023 9:09 pm
doctor arrested for illegal abortion
203
VIEWS
Share on FacebookShare on Twitter

যোৱা তিনি বছৰত প্ৰায় ৯০০টা অবৈধ গৰ্ভপাত! ত্ৰিশ হাজাৰ টকাৰ বিনিময়ত কৰা হৈছিল এই প্ৰতিটো গৰ্ভপাত। অৱশেষত এই অবৈধ ৰেকেট চলাই থকা চিকিৎসকজন পৰিছে আৰক্ষীৰ ফান্দত।

এই আইন বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত চিকিৎসকজনৰ লগতে তেওঁৰ লেব টেকনিচিয়ানকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বাংগালুৰুত।

অভিযোগ অনুসৰি, ডাঃ চন্দন বাল্লাল আৰু তেওঁৰ লেব টেকনিচিয়ান নিছাৰে মাইচুৰুৰ এখন চিকিৎসালয়ত চলাই আছিল এই অবৈধ কাৰ্যকলাপ। প্ৰতিটো গৰ্ভপাতৰ বাবে তেওঁলোকে প্ৰায় ৩০ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল।

যোৱা সপ্তাহত দুয়োকে আৰক্ষীয়ে জিম্মাত লৈছিল। আৰক্ষীয়ে সদৰী কৰা মতে, চলিত মাহৰ আৰম্ভণিতে চিকিৎসালয়খনৰ মেনেজাৰ মীনা আৰু ৰিচেপচনিষ্ট ৰিজমা খানক গ্ৰেপ্তাৰ কৰা হৈছিল।

যোৱা মাহত মাইচুৰুৰ সমীপৰ মাণ্ডিয়াত আৰক্ষীয়ে এক লিংগ নিৰ্ণয় আৰু মহিলা ভ্ৰুণ হত্যাৰ ৰেকেট উৎখাত কৰিছিল। এই ৰেকেটৰ সৈতে জড়িত থকাৰ অভিযোগত শিৱলিংগে গৌড়া আৰু নয়ন কুমাৰ নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীৰ জেৰাৰত দুয়ো মাণ্ডিয়াত আল্ট্ৰাছাউণ্ড স্কেন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা গুড় প্ৰস্তুতকাৰী এক স্থানৰ বিষয়ে স্বীকাৰ কৰে আৰু উক্ত স্থানৰ পৰা পিছত আৰক্ষীয়ে স্কেন মেচিনটো জব্দ কৰে।

এই ৰেকেটটোৰ পিছৰ পৰ্যায়ৰ তদন্তত মাইচুৰুৰ চিকিৎসকগৰাকীৰ কাণ্ড পোহৰলৈ আহে। এই বৃহৎ ৰেকেটৰ সৈতে জড়িত আন লোকসকলক গ্ৰেপ্তাৰৰ বাবে তদন্ত চলাই থকা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd