• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি গুৱাহাটীতেই শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ; কেনে হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টী-২০ৰ উইকেট?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2023 10:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৃংখলা জয়ৰ লক্ষ্যৰে আজি গুৱাহাটীত তৃতীয় টী-২০ত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব টীম ইণ্ডিয়া। একেৰাহে দুখন মেচত জয়লাভ কৰাৰ পাছত টীম ইণ্ডিয়াৰ আত্মবিশ্বাস তুংগত। গুৱাহাটীতে শৃংখলাটো জয় কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে সূৰ্যকুমাৰ যাদৱৰ বাহিনী।

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ পিটচ কেনেকুৱা হ’ব? ঘাঁহ থকা বাউন্সি উইকেট নে  স্পিনাৰৰ ঘূৰ্ণীত বেটছমেনসকলে বিপদত পৰিব? মেচখনৰ পূৰ্বে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য।

বৰ্ষাপাৰাৰ পিটচ মন্থৰ উইকেট হিচাপে পৰিচিত। বেটছমেনে ইয়াৰ সুবিধা লব পাৰিব। যোৱা বছৰ অক্টোবৰ মাহত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টী-২০ত দুটা ইনিংছত ৪০০ৰো অধিক ৰান সংগ্ৰহ হৈছিল। ইয়াৰ উপৰিও ঘৰুৱা ক্ৰিকেটতো এই ক্ষেত্ৰত প্ৰায় প্ৰতিটো দলেই ভাল ৰান লাভ কৰিছে।

লগতে পঢ়কঃপুৱাই প্ৰবল ভূমিকম্পই জোকাৰি গ’ল চীন-পাকিস্তানক; বহু দূৰৈৰ দেশতো তীব্ৰ কম্পন

সূত্ৰসমূহৰ মতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখনতো পিটচৰ চৰিত্ৰ সলনি হোৱা নাই। উইকেটত ঘাঁহ নাথাকিব। ফলত পেচাৰসকলে ইয়াৰ দ্বাৰা লাভৱান হোৱাৰ সম্ভাৱনা কম। বৰঞ্চ বল অলপ ছুইং কৰিব পাৰে। স্পিনাৰসকলে শেষৰ ফালে পিটচ ভাঙি যোৱাৰ সুবিধা ল’ব পাৰে।

ক্ৰিকেট বিশেষজ্ঞৰ মতে বৰ্ষাপাৰা ষ্টেডিয়ামত ছয় আৰু চাৰিৰ চমক দেখা পোৱাৰ সম্ভাৱনা আছে। ফলত ঋতুৰাজ গাইকোৱাড, যশস্বী জয়ছোৱাল, ঈশান কিষাণ আৰু ৰিংকু সিঙে খেলখনত বিস্ফোৰক হৈ পৰিব পাৰে। দ্বিতীয়খন মেচত দুই অ’পেনাৰ ঋতুৰাজ আৰু জয়ছোৱালে অৰ্ধশতক অৰ্জন কৰিছিল। আনহাতে ঈশান কিষাণ আৰু ৰিংকু সিঙেও ৰান পাইছিল।

একেৰাহে দুখন মেচত জয়লাভ কৰাৰ পিছত ভাৰতীয় দলৰ পৰিৱৰ্তনৰ সম্ভাৱনা কম। উইনিং কম্বিনেচন হাতত লৈছে হেড কোচ লক্ষ্মণে। উল্লেখ্য যে অন্তিম দুখন টী-২০ত শ্ৰেয়াছ আয়াৰ দললৈ ঘূৰি আহিব। তেনে ক্ষেত্ৰত এজন মিডল অৰ্ডাৰ বেটছমেন পৰৱৰ্তী মেচত বহিব লাগিব। সেয়ে, অধিনায়ক সূৰ্য্যই বিজয় ধাৰাত থকা এই দলটোৰে ছিৰিজ নিশ্চিত কৰিব বিচাৰে।

লগতে পঢ়কঃ উদ্বেগজনক! চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক ১০৮ বাৰ কম্পাছেৰে খুচিলে সহপাঠীয়ে; থানাত অভিযোগ দাখিল পিতৃৰ

প্ৰসংগক্ৰমে, বিশাখাপট্টনমত প্ৰথম টী-২০ত অষ্ট্ৰেলিয়াই ৰানৰ পাহাৰ গঢ়ে। সেই মেচখনত ভাৰতে ২০৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি জয়লাভ কৰে। তিৰুৱনন্তপুৰমত অনুষ্ঠিত দ্বিতীয়খন খেলত সূৰ্য বাহিনীয়ে মাত্ৰ ৪টা উইকেট হেৰুৱাই ২৩৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াই  ৯টা উইকেট হেৰুৱাই ২০ অভাৰত ১৯১ ৰান সংগ্ৰহ কৰে। ফলত টীম ইণ্ডিয়াই ৪৪ ৰানত জয়লাভ কৰে।

আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টী-২০ খেলত ডাঙৰ কাৰক হ’ব পাৰে নিয়ৰ। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসমত নিশাৰ ভাগত তাপমাত্ৰা ১৯ ডিগ্ৰীলৈ হ্ৰাস পাব পাৰে। সেই ক্ষেত্ৰত ৰান অনুসৰণ কৰিবলৈ নমা দলটোৱে অতিৰিক্ত সুবিধা পাব বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়কঃ সঁচাকৈয়ে! এবছৰ কাৰাবাস খাটি ঘৰলৈ উভতি আহিল ৯টা ছাগলী; কাৰণ জানিলে হ’ব আচৰিত

আনহাতে, অষ্ট্ৰেলিয়াই আজি মৰণপণ যুঁজত অৱতীৰ্ণ হব। অষ্ট্ৰেলিয়াই একাধিক পৰিৱৰ্তন কৰিব পাৰে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি শৃংখলাটোত বৰ্তি থাকিবলৈ কমেও ২-৩ ক্ৰিকেটাৰ সলনি কৰিব পাৰে মেথিউ ৱেড বাহিনীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd