• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৩ হাজাৰ নগ্ন ছবি! প্ৰেমিকৰ ফোনৰ পৰা ‘অন্তৰংগ মুহূৰ্তৰ’ ফটো ডিলিট কৰিবলৈ গৈ চকু কপালত উঠিল যুৱতীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2023 10:23 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ২৫ বছৰীয়া যুৱক আদিত্য সন্তোষে বেংগালুৰুৰ এটা কল চেণ্টাৰত কাম কৰিছিল। সেই বিপিঅ’ৰে এজনী ২২ বছৰীয়া সহকৰ্মীৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে। আদিত্যই তেওঁলোকৰ নিজৰ অন্তৰংগ মুহূৰ্তৰ ছবি তুলি মোবাইল ফোনত ৰাখে। তাতেই যুৱতীগৰাকীয়ে বিপদটো বুজি পালে।

যুৱতীগৰাকীয়ে আদিত্যক নজনোৱাকৈ তেওঁৰ ফোনৰ পৰা সিহঁতৰ অন্তৰংগ মুহূৰ্তৰ ফটো ডিলিট কৰিবলৈ চেষ্টা কৰে। আৰু, সেই সময়তে তেওঁ যি দেখিলে তাতে চকু গৈ কপালত উঠিল!

লগতে পঢ়কঃ চতুৰ্থবাৰৰ বাবে সুৰংগত বন্দী; দম বন্ধ হ’ব খোজা আন্ধাৰত ১৭ দিন বাকী ৪০জনক উজ্জীৱিত কৰি ৰাখিছিল গব্বৰে

Apply Now

কেৱল প্ৰাক্তন বা বৰ্তমানৰ প্ৰেমিকাই নহয়। আদিত্যৰ মোবাইলত অফিচৰ বহু সহকৰ্মীৰ নগ্ন ফটো আছে। সেই ছবিবোৰৰ মুঠ সংখ্যা ১৩ হাজাৰ। এই যুৱকে নিজৰ ফোনত ১৩ হাজাৰ মহিলাৰ নগ্ন ছবি সংৰক্ষণ কৰি ৰাখিছে। যুৱতীগৰাকীয়ে ছবিসমূহ দেখি লগে লগে কাৰ্যালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে।

যোৱা ৫ মাহ ধৰি সেই কল চেণ্টাৰত কাম কৰি আছিল আদিত্য সন্তোষ। এই যুৱতীগৰাকীৰ সৈতে তেওঁ ৪ মাহ ধৰি প্ৰেমৰ সম্পৰ্কত জড়িত হৈ আছিল।

তেওঁৰ এই কুকাৰ্যৰ বিষয়ে জানিব পাৰি কাৰ্যালয় কৰ্তৃপক্ষ আৰু সহকৰ্মীসকলৰ সহায়ত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হয়। বেংগালুৰু আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পিছতে ফোনটো পৰীক্ষা কৰি ২৫ বছৰীয়া আদিত্যক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়কঃ পৰস্ত্ৰীলৈ চকু কিয়! খঙতে ৰেবিজৰ বেজীৰে প্ৰেমিকৰ চকু ফুটালে মহিলাই

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই ১৩ হাজাৰ ছবিৰ অধিকাংশই মৰ্ফ কৰা ছবি, অৰ্থাৎ আন ছবিৰ পৰা এডিট কৰি নগ্ন ছবি বনোৱা হৈছে। এই ছবিবোৰ অভিযুক্ত যুৱকজনে নিজৰ যৌন ইচ্ছা পূৰণৰ বাবে ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁ ছবিসমূহ ক’ৰবাত প্ৰচাৰ কৰিছিল নেকি বা কেতিয়াবা কাৰোবাক দেখুৱাই ব্লেকমেইল কৰিছিল নেকি সেই সন্দৰ্ভত তদন্ত চলি আছে। এই সন্দৰ্ভত আৰক্ষীয়ে আদিত্য সন্তোষৰ জেৰা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm
বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm
বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd