• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন ভংগ কৰিছে : অল আছাম ইলিজিবল্ কাম ৰিক’মেণ্ডেট টিচিং এণ্ড ন’ন-টিচিং এচ’ছিয়েশ্যন

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 11, 2018 5:28 pm
Guwahati-High-Court-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলক ন্যায়ৰ পৰা বঞ্চিত কৰাৰ লগতে চৰকাৰখনে শিক্ষাৰ অধিকাৰ আইন ভংগ কৰিছে। ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি এই অভিযোগ ‘অল আছাম ইলিজিবল্ কাম ৰিক’মেণ্ডেট টিচিং এণ্ড ন’ন-টিচিং এচ’ছিয়েশ্যন’ নামৰ সংগঠনটোৰ।

সংগঠনটোৰ উদ্যোগত বৃহস্পতিবাৰে বৰপেটা জিলাৰ হাউলীৰ চণ্ডীবৰুৱা প্ৰেক্ষা গৃহত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ সভাত সভাপতি আব্দুল হামিদ শিকদাৰে কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ লগতে বৰ্তমানৰ পৰিবৰ্তনৰ শ্লোগান আওৰোৱা বিজেপি চৰকাৰৰ দ্বাৰাও চূড়ান্তভাৱে প্ৰতাৰিত হৈ আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহৰ শিক্ষক-কৰ্মচাৰীসকল।

Apply Now

চৰকাৰ খনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী সকলক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ লগতে  চৰকাৰখনে শিক্ষাৰ অধিকাৰ আইনখনো ভংগ কৰা বুলি অভিযোগ কৰে। শিক্ষাৰ অধিকাৰ আইন অনুসৰি ছাত্ৰ-ছাত্ৰী সকলে পাব লগা চৰকাৰী সা-সুবিধাৰ পৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক বঞ্চিত কৰি ৰখা বুলি উল্লেখ কৰি চৰকাৰৰ এনে কাম-কাজে আইনখনক  ভংগ কৰাটো প্ৰমানিত হোৱা বুলি সভাপতি গৰাকীয়ে কয়।

ৰাজ্য চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা গণবেশ, ছাইকেল আদিকে ধৰি অন্যান্য সা-সুবিধাৰ পৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক বঞ্চিত কৰি ৰখাটো দূৰ্ভাগ্যজনক বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে, অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী সকলৰ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ওপৰত ভিত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালত তৰা গোচৰ সম্বন্ধে কালি অনুষ্ঠিত সভাখনত সংগঠনটোৰ উপ-সভাপতি ধৰ্মেশ্বৰ বড়ো, সম্পাদক সফিকুল ইছলাম ভুট্ট, প্ৰচাৰ সম্পাদক পুলেন্দ্ৰ দাসেও ভাষণ প্ৰদান কৰে।

এই সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাৰ প্ৰস্তাৱ অনুসৰি অহা ২২ মে’ত গুৱাহাটী উচ্চ ন্যায়ালত গোচৰ তৰা সম্বন্ধে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। গোচৰটো পৰিচালনা কৰাৰ বাবে এই সভাতে ১৩ জনীয়া আহ্বায়ক সমিতি এখনো গঠন কৰা হয়।

দহ বছৰ অতিক্ৰম কৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ  শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণৰ পূৰ্বৰ আইন অনুসৰি ২০১৩ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা আৰু সাত বছৰ অতিক্ৰম কৰা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলক ২০১৩ বৰ্ষৰ ১৪ আগষ্টত কাৰ্যকৰী হোৱাকৈ প্ৰাদেশীকৰণৰ সা-সুবিধা প্ৰদানৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd