• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Washington Post Strike: ৱাশ্বিংটন পোষ্টৰ সাংবাদিক-সংবাদকৰ্মীৰ ধৰ্মঘট; আজি ছপা হৈ নোলায় বাতৰিকাকত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2023 10:52 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপযুক্ত আৰ্থিক ক্ষতিপূৰণ নিদিয়াকৈয়ে বৃহৎ পৰিমাণৰ কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰাৰ প্ৰতিবাদত বিশ্ববিখ্যাত কাকত ‘ৱাশ্বিংটন পোষ্ট’ৰ সাংবাদিক আৰু বাতৰি প্ৰকাশন বিভাগৰ কৰ্মীসকলে ধৰ্মঘট আৰম্ভ কৰে। ইয়াৰ ফলত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰিল। কিন্তু ৱেব সংস্কৰণ চলি আছে।

তেওঁলোকৰ এই এদিনীয়া সাংবাদিক ধৰ্মঘট প্ৰতীকী। ভৱিষ্যতে আৰু বৃহৎ ধৰ্মঘটৰ সকীয়নি দিছে সাংবাদিকসকলে। অভিযোগ অনুসৰি, আমাজনৰ মালিকানাধীন ৱাশ্বিংটন পোষ্ট সংবাদ প্ৰতিষ্ঠানটোৱে আমাজন সংস্কৃতি ‘চেপি ৰস উলিয়াই পেলাই দিয়া’ নীতি প্ৰৱৰ্তন কৰিছে।

ৱাশ্বিংটন পোষ্টত হোৱা ধৰ্মঘটৰ ফলত সমগ্ৰ বিশ্বৰ সংবাদ প্ৰতিষ্ঠানসমূহত উদ্বেগৰ সৃষ্টি হৈছে। সচেতনভাৱে সাংবাদিকসকলে এই ধৰ্মঘটৰ সমৰ্থন কৰে। ইয়াৰ পূৰ্বে ১৯৭৫-৭৬ চনত ৱাশ্বিংটন পোষ্টৰ সংবাদ কৰ্মীসকলে একেৰাহে ২০ সপ্তাহ ধৰি ধৰ্মঘট কৰিছিল।

Apply Now

লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ ধুনীয়া গছ! সোণালী পোহৰ বিলাইছে ৮০০ বছৰীয়া এই গছজোপাই

ৱাশ্বিংটন পোষ্ট জাৰ্নেলিষ্ট ইউনিয়নে পাঠক আৰু দৰ্শকক অনুৰোধ জনাইছে যে, “৭ ডিচেম্বৰ বৃহস্পতিবাৰে আমি ২৪ ঘণ্টাই কাম নকৰো। অনুগ্ৰহ কৰি ৱাশ্বিংটন পোষ্টৰ কোনো বাতৰিও নাচাব। ছ’চিয়েল মিডিয়াত কোনো খবৰৰ ওপৰত মন্তব্য নকৰিব।”

যোৱা বছৰ ৱাশ্বিংটন পোষ্টে ৪০ জন লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। এইবাৰ কৰ্তৃপক্ষই আৰু ৯৪০ জন লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰিছে। অভিযোগ অনুসৰি, এই আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠানটো আমাজনৰ মালিক জেফ বেজ’ছৰ হাতলৈ যোৱাৰ পিছতে সাংবাদিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা আৰম্ভ হয়। ইয়াৰ প্ৰতিবাদত সাংবাদিকসকলে ধৰ্মঘটৰ আহ্বান দিলে।

সাংবাদিকসকলে কয় যে প্ৰায় ডেৰ বছৰ ধৰি কামৰ চৰ্ত, দৰমহা আৰু ভাট্টা গাঁথনিৰ দাবী অব্যাহত আছে। বিগত ১৮ মাহত এটাও সমস্যা সমাধান কৰিব পৰা নাই কৰ্তৃপক্ষই।

লগতে পঢ়কঃ Supreme Court on Surrogacy Act: ‘৬০ বছৰত সন্তান হ’লে, তেওঁলোকক দেউতা-মা বুলিব নে ককা-আইতা সেইটো শিশুৱে বুজিব নোৱাৰে’

সাংবাদিকসকলৰ অভিযোগ যে এই সমস্যাৰ বাবে মালিকপক্ষই দায়ী। তেওঁলোকৰ অদক্ষতাৰ মূল্য দিব লগা হৈছে সাংবাদিকসকলে। সাংবাদিকসকলে জীৱন বিপন্ন কৰি বহু কাম কৰি আছে। কিন্তু তেওঁলোকক প্ৰাপ্য দিয়া হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd