• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক কৰ্ণাৰ : আলফাত যোগদান কৰা সাংবাদিক বিদ্যুৎ মহন্তৰ পত্নীৰ এটা ফেচবুক পোষ্ট

প্ৰণামী মহন্ত by প্ৰণামী মহন্ত
December 22, 2023 7:01 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মই বিদ্যুৎ মহন্তৰ পত্নী। হয়, সেইজন বিদ্যুৎ মহন্ত যিজনে আকস্মিকভাৱে এটা দীঘলীয়া ফেচবুক প’ষ্ট আৰু পত্নীলৈ এটা হুৱাটচ আপ মেছেজ কৰি আলফা স্বাধীনলৈ গমন কৰিলে(!)

তেওঁ গ’লগৈ ,দিন হিচাপত আজি ১৬ দিন। এই ১৬দিনত আমি কিদৰে আছোঁ কেৱল আমিহে অনুভৱ কৰিছো। কাৰণ আজি পৰ্যন্ত আমি তেওঁৰ এই সিদ্ধান্তৰ কোনো যথাযথ খবৰ পোৱা নাই। কাক সুধিম, কোনে দিব তেওঁৰ খবৰ। বাতৰিৰ পিছত দৌৰি থকা মোৰ প্ৰিয়তম পুৰুষজন নিজেই এটা বাতৰি হৈ মোক চিৰদিনলৈ এৰি বাকৰূদ্ধ কৰি অজ্ঞাত স্থানলৈ গুচি গৈছে কোনো ঠিকনা নজনোৱাকৈ। মই এগৰাকী সাধাৰণ মহিলা, এই দুৰ্ঘটনাৰ পিছত মনত বহুত কথাই অগাদেৱা কৰিছে। এই প’ষ্টটো লিখি মই কাৰো পুতৌৰ পাত্ৰ হ’ব নাই বিচৰা। কেইটামান কথা সুধিছোঁ, আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা মহাশয়ক, যদি কেনেবাকৈ কোনোবাদিনা এই প’ষ্টটো আপোনাৰ দৃষ্টিগোচৰ হয় দয়াকৰি মোক মোৰ উত্তৰ কেইটা দিব –

Apply Now

১) মোৰ স্বামী শ্ৰী বিদ্যুৎ মহন্ত সচাকৈয়ে আপোনাৰ সংগঠনলৈ গৈছে নেকি?
২) তেওঁ যদিহে গৈছে তেওঁক সোধক তেওঁ লিখাৰ দৰে মোক কি দি থৈ গৈছে যে এটা কণমানি ল’ৰা, বয়সে গৰকা তেওঁৰ নিজ পিতৃ-মাতৃক মই কিদৰে দুখত নপৰাকৈ ৰাখিম ?
৩) তেওঁক জৱাব দিবলৈ কওঁক, এজন স্বামী হিচাপে হোমৰ জুইক সাক্ষী কৰি নিৰাপত্তা দিম বুলি অনা মইজনীক তেওঁ মাজ পথত কাৰ ভৰষাত এৰি এই পথত ভৰি থলে।
৪) তেওঁক কওঁক যদি তেওঁৰ সৎসাহস আছে, এবাৰ মোক নিজ মুখে ক’বলৈ, যে মোৰ কি ভুলৰ পৰিণাম দিলে এইয়া।
৫) তেওঁ কিহৰ স্বাধীনতা বিচাৰি গ’ল, সেই স্বাধীনতা কেনে স্বাধীনতা য’ত বঙহেই বঙহৰ তেজ চুহে।
৬) আপুনি প্ৰতিশ্ৰুতি দিব পাৰিবনে যে আপোনালোকৰ প্ৰাপ্য স্বাধীনতা পালেই অসমৰ থলগিৰী ৰাইজে ন্যায় পাব, শান্তি পাব।
নোৱাৰে ডাঙৰীয়া নোৱাৰে। যেতিয়ালৈকে মানুহ প্ৰকৃততে মানুহ নহয়, যেতিয়ালৈকে শিক্ষাই মানুহক অন্তৰেৰে চুই নাযায়, যেতিয়ালৈকে মানুহে নিজৰ লোলুপ অভিপ্ৰায় মনত ৰাখিব তেতিয়ালৈকে কোনো স্বাধীনতাই মানুহক স্বাধীন কৰিব নোৱাৰে, হাজাৰ বিদ্যুৎ মহন্ত যাওঁক , এই স্বাধীনতা মৰীচিকাৰ বাহিৰে একো নহয়।

মই তেওঁক ঘূৰাই বিচৰা নাই, ৰাখি থওঁক তেওঁক তাতে , কেৱল মোক উত্তৰ লাগে যে তেওঁ সঁচাকৈয়ে গৈছে। তেওঁ যদি নিজ ইচ্ছাত গৈছোঁ বুলি মোক এবাৰ কয়, মই এই মুহূৰ্ততে তেওঁৰ নাম মোৰ জীৱনৰপৰা বিসৰ্জন দিম। তেওঁ যাওঁক, কৰক অসমক স্বাধীন । আমি সকলো ইয়াৰ সাক্ষী হ’ম। কিন্তু এটা কথা মই বাৰে বাৰে কম, তেওঁৰ এই যাত্ৰাৰ নিশ্চয়তা দিয়ক। যদি তেওঁ আপোনাৰ সংগঠনলৈ যোৱা নাই সেইয়াও কওঁক। মাথো ঘৰখনক আগুৱাই যাবলৈ আপোনাৰ মতামত জনাওক। 🙏

       ধন্যবাদ🙏

প্ৰণামী মহন্ত

প্ৰণামী মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd