• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আঘাতঃ আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাৰ পৰা বাহিৰ সূৰ্যকুমাৰ যাদৱ, অনিশ্চিত পাণ্ডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2023 2:12 pm
Suryakumar Yadav India vs Afghanistan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি দক্ষিণ আফ্ৰিকা ভ্ৰমণৰত ভাৰতীয় দলে আগন্তুত টেষ্ট শৃংখলাৰ পিছতে আফগানিস্তানৰ বিৰুদ্ধে এক টি-২০ শৃংখলাত অংশ ল’ব। তিনিখন মেচৰ এই টি-২০ শৃংখলাটো অহা ১১ জানুৱাৰীৰ পৰাআৰম্ভ হ’ব।

পিছে এই শৃংখলাৰ পূৰ্বে সমস্যাত পৰিছে ভাৰতীয় দল। দেশৰ তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱ নাথাকিব এই শৃংখলাত। ভৰিৰ আঘাতৰ বাবে এই শৃংখলাত অংশগ্ৰহণ কৰিব নোৱাৰিব তাৰকাগৰাকীয়ে।

Apply Now

জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিম টি-২০ত ফিল্ডিং কৰি থকাৰ সময়ত যাদৱে গোৰোহাত আঘাত পাইছিল আৰু এই আঘাতৰ বাবে যাদৱ প্ৰায় ছয় সপ্তাহ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লগা হ’ব পাৰে বুলি জানিব পৰা গৈছে।

বিচিচিআইৰ এক সূত্ৰ অনুসৰি, যাদৱে এই সন্দৰ্ভত ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিত অৱগত কৰিছে আৰু চিকিৎসকৰ দলে তেওঁ আঘাতপ্ৰাপ্ত বুলি নিশ্চিত কৰিছে। সেয়ে তেওঁতিনি সপ্তাহৰ পিছত আৰম্ভ হ’বলগীয়া আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাত খেলিব নোৱাৰিব।

আনহাতে যাদৱে আই পি এলত খেলাৰ পূৰ্বে নিজৰ ফিটনেছ পৰীক্ষা কৰিবলৈ ফেব্ৰুৱাৰী মাহত ৰঞ্জি ট্ৰফীত মুম্বাইৰ হৈ খেলিব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰে বিচিচিআইৰ সূত্ৰই।

ইফালে দলৰ তাৰকা অলৰাউণ্ডাৰ তথা ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলক বহুকেইটা শৃংখলাত নেতৃত্ব দিয়া হাৰ্দিক পাণ্ডিয়াও গোৰোহাৰ আঘাতৰ পৰা সুস্থ হোৱাৰ সম্ভাৱনা এই মুহূৰ্তত কম বুলি জানিব পৰা গৈছে।

বিচিচিআইৰ সূত্ৰটোৱে লগতে কয় যে বৰ্তমানলৈকে হাৰ্দিকৰ ফিটনেছ সন্দৰ্ভত কোনো তথ্য নাই। এনে অৱস্থাত সূৰ্যকুমাৰ যাদৱ বা হাৰ্দিক পাণ্ডিয়া উপলব্ধ নহ’লে হয়তো ৰোহিত শৰ্মাই দলৰ নেতৃত্ব ল’ব লাগিব বুলি চৰ্চিত হৈছে।

সমান্তৰালকৈ ব্যক্তিগত কাৰণত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধ টেষ্ট শৃংখলাৰ পৰা অব্যাহতি লোৱা ঈশান কিষাণো আফগানিস্তানৰ বিপক্ষে শৃংখলাত উপলব্ধ নহ’ব পাৰে আৰু তেওঁৰ অনুপস্থিতিত জিতেশ শৰ্মাই উইকেটৰক্ষকৰ ভূমিকা ল’ব পাৰে বুলি আলোচনা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd