• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৈক্ষিক উত্তৰণৰ লক্ষ্যঃ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ৰ বুজাবুজিৰ চুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2023 5:59 pm
Girijananda Chowdhury University
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি গৱেষণা, প্ৰশিক্ষণ, শিক্ষক ,শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সৃষ্টিমূলক, সৃজনীমূলক, উদ্যমিতা,বৌদ্ধিক তথা ব্যৱহাৰিক বিষয় উত্তৰণৰ বিভিন্ন দিশৰ ক্ষেত্ৰত আগবঢ়াৰ উদ্দেশ্যে শুকুৰবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় দিছপুৰ মহাবিদ্যালয আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ মাজত।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কক্ষত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সময়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাস, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: দীপাঙ্কৰ সাহা, দিছপুৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ জেষ্ঠ অধ্যাপক ড: জ্যোতিষ গোস্বামী, দিছপুৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সম্বনয়ক ড: অজয় মিত্ৰ, বিত্ত বিভাগৰ মুৰব্বী অধ্যাপক ড: মাথুৰ বৰ্মন উপস্থিত থাকে।

Apply Now

দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱজ্যোতি বৰাই এক প্ৰেছ বাৰ্তা যোগে উচ্চ শিক্ষা উন্নয়ন খণ্ডত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ দ্বাৰা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত সু- সমন্বয় ৰক্ষাৰ লগতে শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক,উদ্যমিতা বিকাশ ,ব্যৱহাৰিক বিষয় শিক্ষা গ্ৰহণত এক যোগাত্মক উত্তৰণ হ’বলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে।

লগতে উচ্চ শিক্ষা প্ৰতিষ্ঠান তথা উদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিৰ দ্বাৰা শিক্ষক, শিক্ষয়িত্ৰী বৌদ্ধিক বিকাশ আৰু ছাত্ৰ ছাত্ৰীৰ স্বনিয়োজনৰ দ্বাৰা নিজকে আত্মনিয়োগ কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আঁতৰিব বুলিও দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে।

ইফালে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে কয় যেবিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু উদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিৰ বাস্তৱিক ৰূপে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উদ্দেশ্য যথাযথ ৰূপায়ণ কৰাৰ উপৰিও গৱেষণা প্ৰশিক্ষণ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: দীপাঙ্কৰ সাহাই চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সু-সমন্বয়ে উচ্চ শিক্ষা খণ্ডৰ আমূল পৰিবৰ্তন সাধন কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে। আনহাতে দিছপুৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ জেষ্ঠ অধ্যাপক ড: জ্যোতিষ গোস্বামীয়ে বুজাবুজিৰ চুক্তিৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীয়ে শৈক্ষিক, বৌদ্ধিক তথা সামাজিক প্ৰেক্ষাপটত এক বলীষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।

দিছপুৰ কলেজৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সম্বনয়ক ড: অজয় মিত্ৰই কয় যে বুজাবুজিৰ চুক্তিৰ জৰিয়তে শৈক্ষিক উত্তৰণৰ লগতে নাকৰ বিভিন্ন দিশৰ যথাযথ ৰূপায়ণ সহায়ক হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd